ETV Bharat / state

টোগাড়িয়াৰ ৰাজনৈতিক দলে সংকট আনিব পাৰে বিজেপিলৈ

অতি শীঘ্ৰে অসমতো লোকসভা নিৰ্বাচনত হিন্দুস্তান নিৰ্মান দলে প্ৰাৰ্থীত্ব প্ৰদান কৰিব । এই ঘোষণা হিন্দুস্তান নিৰ্মান দলৰ নেতা মহাবীৰৰ ।

TOGADIA'S NEW PARTY HINDUSTAN NIRMAN PARTY
author img

By

Published : Mar 16, 2019, 11:29 PM IST

গুৱাহাটী, ১৬ মাৰ্চ: হিন্দুত্ববাদী নেতা প্ৰবীণ ভাই টোগাডিয়াৰ নতুন ৰাজনৈতিক দল হিন্দুস্তান নিৰ্মান দলে সংকটত পেলোৱাৰ আশংকা কৰা হৈছে গেৰুৱা দল বিজেপিক । হিন্দুস্তান নিৰ্মান দলে আগন্তক লোকসভা নিৰ্বাচনত সমগ্ৰ দেশৰ লগতে অসমতো প্ৰাৰ্থীত্ব প্ৰদান কৰিব । অতি শীঘ্ৰে দলটোৱে অসমত কেইখন সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদান কৰিব তাৰো ঘোষণা কৰা হ'ব ।

TOGADIA'S NEW PARTY HINDUSTAN NIRMAN PARTY

লোকসভা নিৰ্বাচনক লৈ অনুষ্ঠিত এক ৰাজহুৱা সভাত দলটোৰ নেতা মহাবিৰে বিজেপিক তীব্ৰ সমালোচনা কৰি কয় যে নৰেন্দ্ৰ মোদীয়ে হিন্দুৰ স্বাৰ্থ ৰক্ষা কৰাৰ লগতে ৰাম মন্দিৰ নিৰ্মাণৰ আশ্বাস প্ৰদান কৰি ক্ষমতালৈ আহিছিল যদিও প্ৰধানমন্ত্ৰী হোৱাৰ পাছত মন্দিৰ নিৰ্মাণৰ কথা পাহৰি পেলায় । হিন্দুৰ স্বাৰ্থ ৰক্ষাৰ বাবে এই নতুন ৰাজনৈতিক দলটোৰ গঠন কৰা হৈছে বুলি মহাবিৰে মন্তব্য কৰে ।

Intro:বিজেপিক সংকটত পেলাব নেকি হিন্দুত্ববাদী নেতা প্ৰবীণ ভাই টোগাডিয়াৰ ৰাজনৈতিক দল হিন্দুস্তান নিৰ্মান দলৰ। অসমৰ কেইবাটাও সমষ্টিত লোকসভা নিৰ্বাচনত প্ৰাৰ্থী প্ৰদান কৰিব নতুনকৈ নিৰ্মান হোৱা প্ৰবীণ ভাই টোগাডিয়াৰ ৰাজনৈতিক দলটো।

Body:২০১৪ চনত হিন্দুত্বৰ কথা কৈ শাসনলৈ অহাৰ পিছতে হিন্দুৰ কথা সম্পুৰ্ণৰূপে পাহৰিলে বিজেপিয়ে। বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ আক্ৰমণ কৰিলে লোকসভা নিৰ্বাচনক লৈ অনুষ্ঠিত এক ৰাজহুৱা সভাত হিন্দুস্তান নিৰ্মান দলৰ নেতা মহাবিৰৰ। হিন্দুত্ববাদী নেতা প্ৰবীণ ভাই টোগাডিয়াৰ ৰাজনৈতিক দল হিন্দুস্তান নিৰ্মান দলৰ নেতা মহাবিৰে বিজেপিক তীব্ৰ সমালোচনা কৰি কয় যে নৰেন্দ্ৰ মোদীয়ে হিন্দুৰ স্বাৰ্থ ৰক্ষা কৰাৰ লগতে ৰাম মন্দিৰ নিৰ্মাণৰ আশ্বাস প্ৰদান কৰি ক্ষমতালৈ আহিছিল যদিও মোদীয়ে প্ৰধানমন্ত্ৰী হোৱাৰ পিছত ৰাম মন্দিৰ নিৰ্মাণৰ কথা পাহৰি যায়। হিন্দুৰ স্বাৰ্থ ৰক্ষাৰ বাবে এই নতুন ৰাজনৈতিক দলৰ গঠন কৰা হৈছে।

বাইট : মহাবিৰে, হিন্দুস্তান নিৰ্মান দল

Conclusion:হিন্দুস্তান নিৰ্মান দলে আগন্তক লোকসভা নিৰ্বাচনত সমগ্ৰ দেশৰ লগতে অসমতো প্ৰাৰ্থী প্ৰদান কৰিব। অতি শীঘ্ৰে দলে অসমত কেইখন সমষ্টিত প্ৰাৰ্থী প্ৰদান কৰিব ইয়াৰ ঘোষণা কৰিব।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.