ETV Bharat / state

এফালে নিযুক্তি, আনফালে প্ৰতিবাদত বহিল বিশেষভাৱে সক্ষম প্ৰাৰ্থী - বিশেষভাৱে সক্ষম টেট উত্তীৰ্ণ

শনিবাৰে খানাপাৰাত ২২,৯৫৮ টা পদৰ বাবে নিযুক্তি পত্ৰ প্ৰদান কৰে ৷ ইয়াৰ বিপৰীতে দেখা গ’ল টেট উৰ্তীৰ্ণ বিশেষভাৱে সক্ষম প্ৰাৰ্থীৰ প্ৰতিবাদ (Differently abled candidates protest in Guwahati)৷

Differently abled candidates protest in Guwahati
এফালে নিযুক্তি, আনফালে প্ৰতিবাদত বহিল বিশেষভাৱে সক্ষম প্ৰাৰ্থী
author img

By

Published : May 14, 2022, 7:40 PM IST

গুৱাহাটী, ১৪ মে’: শনিবাৰে ৰাজ্য চৰকাৰৰ ১১ টা বিভাগৰ ২২,৯৫৮ টা পদৰ বাবে নিযুক্তি পত্ৰ প্ৰদান কৰা হয় । এফালে খানাপাৰাত নিযুক্তি মেলা অনুষ্ঠিত হোৱাৰ বিপৰীতে দেখা গ’ল নিযুক্তি বঞ্চিতৰ প্ৰতিবাদ । অসম বিধান সভাৰ ১৪ নং গেটৰ সন্মুখত বহি প্ৰতিবাদ সাব্যস্ত কৰিলে বিশেষভাৱে সক্ষম চাকৰি বঞ্চিত প্ৰাৰ্থীয়ে (Differently abled candidates protest in Guwahati) ।

এফালে নিযুক্তি, আনফালে প্ৰতিবাদত বহিল বিশেষভাৱে সক্ষম প্ৰাৰ্থী

৬৬৮ গৰাকী বিশেষভাৱে সক্ষম টেট উত্তীৰ্ণ বাদ পৰিল নিযুক্তিৰ পৰা (TET passed differently abled candidate) । নিযুক্তিৰ পৰা পৃথককৈ মেডিকেল ভেৰিফিকেশ্বনৰ নামত বঞ্চিত কৰিলে বুলি অভিযোগ কৰিছে প্ৰাৰ্থীসকলে (Disability verification of TET passed candidate) । প্ৰাৰ্থীসকলে কয় যে মাৰ্চৰ পৰা আজি পৰ্যন্ত নহ’ল মেডিকেল ভেৰিফিকেশ্বন । কাৰ গাফিলতিৰ বাবে বঞ্চিত হ’লো বুলিও প্ৰশ্ন উত্থাপন কৰে প্ৰতিবাদত বহা প্ৰাৰ্থীসকলে । একাংশই আনন্দ উল্লাহেৰে নিযুক্তি লৈছে আৰু আমি প্ৰতিবাদত বহিব লগা হৈছে বুলিও ক্ষোভ প্ৰকাশ কৰে প্ৰাৰ্থীসকলে ৷

লগতে পঢ়ক: একেদিনাই ৰাজ্য চৰকাৰৰ ১১ টা বিভাগৰ ২২,৯,৫৮ টা পদত নিযুক্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.