ETV Bharat / state

CAB ৰ বিৰুদ্ধে প্ৰতিবাদত নামিল তৰুণ গগৈ

author img

By

Published : Dec 10, 2019, 3:46 AM IST

কেবৰ প্ৰতিবাদত জ্বলিছে সমগ্ৰ অসম ৷ সকলোৰে লগত এইবাৰ কেবৰ বিৰুদ্ধে সাংবাদিকৰ লগত প্ৰতিবাদত নামিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ৷

Tarun Gogoi protest against CAB
CAB ৰ বিৰুদ্ধে প্ৰতিবাদত নামিল তৰুণ গগৈ

গুৱাহাটী, 9 ডিচেম্বৰঃ সমগ্ৰ অসমৰ বিশাল প্ৰতিবাদকো আওকান কৰি বহু বিতৰ্কৰ পিচত মাজনিশা লোকসভাত গৃহীত হ’ল নাগৰিকত্ব সংশোধনী বিধেয়ক ৷ তথাপি যেন ক্ষান্ত হোৱা নাই ৰাজ্যৰ চৌপাশে প্ৰতিবাদ ৷ এইবাৰ কেবৰ বিৰুদ্ধে প্ৰতিবাদত নামিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ৷ গুৱাহাটীত সাংবাদিক সকলৰ এক প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে ৷ তেওঁ লগতে কয় যে অসমৰ ৰাইজৰ কথাৰ কোনো গুৰুত্ব নিদিলে কেন্দ্ৰীয় চৰকাৰে আৰু তাৰ প্ৰতিফল সময়ত পাব ৷ অসমৰ ৰাইজে যি ধৰনৰ এই বিধেয়কৰ প্ৰতিবাদ কৰিছে সেয়া সম্পূৰ্ণৰূপে উপেক্ষা কৰিছে চৰকাৰে ৷

CAB ৰ বিৰুদ্ধে প্ৰতিবাদত নামিল তৰুণ গগৈ

ইয়াৰোপৰি অসমৰ ৰাইজক ধৈৰ্য ধৰি শান্তিৰে প্ৰতিবাদ কৰিবলৈ তেওঁ আহ্বান জনায় ৷ মহাত্মা গান্ধীৰ আদৰ্শৰে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈও আহ্বান জনাই তৰুণ গগৈয়ে ৷ লগতে অসমীয়া মানুহ জাগিলে যুদ্ধ কৰিবলৈও প্ৰস্তুত বুলি তেওঁ মন্তব্য কৰে ৷

আৰু পঢ়কঃ মুখ্যমন্ত্ৰীৰ সমষ্টিত থুৱাই-থুৱাই প্ৰতিবাদ যুৱতীৰ

Intro:প্ৰতিবাদত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ Body:সোমবাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কৰা সাংবাদিকৰ প্ৰতিবাদী কাৰ্যসুচীত অংশ লয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুন গগৈ ৷ প্ৰতিবাদী কাৰ্যসুচীত অংশ লৈ তৰুন গগৈয়ে তীক্ষ্ণ সমালোচনা কৰে বিজেপি চৰকাৰক ৷ তেওঁ কয় যে অসমৰ ৰাইজৰ কথাৰ কোনো গুৰুত্ব নিদিলে কেন্দ্ৰীয় চৰকাৰে ৷ তাৰ প্ৰতিফল সময়ত পাব ৷ অসমৰ ৰাইজে যি ধৰনৰ এই বিধেয়কৰ প্ৰতিবাদ কৰিছে সেয়া সম্পূৰ্নৰূপে উপেক্ষা কৰিছে চৰকাৰে ৷ লগতে অসমৰ ৰাইজক ধৈৰ্য ধৰি শান্তিৰে প্ৰতিবাদ কৰিবলৈ আহ্বান জনায় ৷ মহাত্মা গান্ধীৰ আদৰ্শৰে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈও আহ্বান জনায় প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ লগতে অসমীয়া মানুহ জাগিলে যুদ্ধ কৰিবলৈও প্ৰস্তত বুলি মন্তব্য কৰে তেওঁ ৷Conclusion:লিপিকা ডেকা,গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.