ETV Bharat / state

স্বেতা আগৰৱালাৰ হত্যাকাৰীক ফাঁচীৰ নিৰ্দেশ আদালতৰ

অৱশেষত ন্যায় পালে শ্বেতা আগৰৱালাৰ পৰিয়ালে ৷ দীৰ্ঘদিনীয়া আইনী প্ৰক্ৰিয়াৰ অন্তত আদালতে ঘোষণা কৰিলে অভিযুক্তৰ শাস্তি ৷

author img

By

Published : Aug 3, 2019, 1:35 PM IST

স্বেতা আগৰৱালাৰ হত্যাকাৰীক ফাঁচীৰ নিৰ্দেশ আদালতৰ
  • শ্বেতা আগৰৱালা হত্যাকাণ্ডৰ সন্দৰ্ভত জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ ঐতিহাসিক ৰায়
  • মূল অভিযুক্ত গোবিন্দ সিংঘালক ফাঁচিৰ নিৰ্দেশ আদালতৰ
    etv bhatrat assam
    মূল অভিযুক্ত গোবিন্দ সিংঘালক ফাঁচিৰ নিৰ্দেশ আদালতৰ
  • গোৱিন্দৰ মাতৃ-ভগ্নীক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়
    etv bharat assam
    গোৱিন্দৰ মাতৃ-ভগ্নীক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়
  • নিজ ঘৰতে প্ৰেমিক গোবিন্দ সিংঘালে হত্যা কৰিছিল শ্বেতা আগৰৱালাক
  • শ্বেতা আগৰৱালাৰ অৰ্দ্ধদগ্ধ মৃতদেহ উদ্ধাৰ হৈছিল প্ৰেমিক গোবিন্দ সিংঘালৰ বাসগৃহত
  • বাসগৃহৰ বাথৰূমত প্ৰেমিক গোবিন্দ সিংঘালে হত্যা কৰি জ্বলাই দিছিল শ্বেতা আগৰৱালাক

Intro:Body:

শ্বেতা আগৰৱালা হত্যাকাণ্ডৰ জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ ঐতিহাসিক ৰায় ৷

মূল অভিযুক্ত গোৱিন্দ সিংঘালক ফাঁচিৰ নিৰ্দেশ আদালতৰ ৷ 

গোৱিন্দৰ মাতৃ-ভগ্নীক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় ৷

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.