ETV Bharat / state

"দিচাংমুখৰ এবাতি আপং" খ্যাত কবি গংগামোহন মিলিলৈ "স্বৰ্ণলিপি কাব্য বটা ২০২০" - অসম প্ৰকাশন পৰিষদ

২২ মাৰ্চত অসম প্ৰকাশন পৰিষদৰ দ্বাৰা আয়োজিত গুৱাহাটী গ্ৰন্থমেলাৰ বাকৰিত বিশিষ্ট কবি গংগামোহন মিলিলৈ আগবঢ়োৱা হ'ব "স্বৰ্ণলিপি কাব্য বটা ২০২০" ।

ETV BHARAT
"দিচাংমুখৰ এবাতি আপং" খ্যাত কবি গংগামোহন মিলিলৈ আগবঢ়োৱা হৈছে "স্বৰ্ণলিপি কাব্য বটা ২০২০"
author img

By

Published : Mar 7, 2020, 8:34 PM IST

Updated : Jul 21, 2022, 4:00 PM IST

গুৱাহাটী, ৭ মাৰ্চঃ "দিচাংমুখৰ এবাতি আপং" খ্যাত কবি গংগামোহন মিলিলৈ আগবঢ়োৱা হৈছে "স্বৰ্ণলিপি কাব্য বটা ২০২০" । স্বৰ্ণলিপি আলোচনীয়ে আজি আনুষ্ঠানিক ভাবে এই কথা ঘোষণা কৰিছে ।

Swarnalipi kabya Awards for Gangamohan Mili
"দিচাংমুখৰ এবাতি আপং" খ্যাত কবি গংগামোহন মিলিলৈ আগবঢ়োৱা হৈছে "স্বৰ্ণলিপি কাব্য বটা ২০২০"

২২ মাৰ্চত অসম প্ৰকাশন পৰিষদৰ দ্বাৰা আয়োজিত গুৱাহাটী গ্ৰন্থমেলাৰ বাকৰিত বিশিষ্ট কবিগৰাকীক এই বঁটা প্ৰদান কৰা হ'ব । ১৯৬৮ চনত শিৱসাগৰত জন্মগ্ৰহণ কৰা এইগৰাকী কবি আজিও সকলো স্তৰৰ কাব্যপ্ৰেমীৰ মাজত জনপ্ৰিয় । ইতিমধ্যে পাঠকৰ মাজত জনপ্ৰিয় হৈ পৰা তেওঁৰ কেইবাখনো কাব্য সংকলনৰ ভিতৰত অন্যতম কেইখনমান হ'ল -দিচাংমুখৰ এবাতি আপং, নদী মানুহৰ ঠিকনা, ঐনিতমৰ পৃথিৱী, মাটিৰ মায়াবী মালিতা, কুৱলীৰ সূতাৰে বোৱা, শুকান নৰাৰ চাকি আদি ।

লগতে পঢ়ক - আনন্দত মতলীয়া কোকৰাঝাৰ সংগীত বিদ্যালয়ৰ শিক্ষক-শিক্ষাৰ্থী

Last Updated : Jul 21, 2022, 4:00 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.