ETV Bharat / state

শংকৰী সংস্কৃতিৰ সাধক সুৰেন্দ্ৰ নাথ বৰাৰ দেহাৱসান - শংকৰী সংস্কৃতিৰ সাধক সুৰেন্দ্ৰ নাথ বৰা

শংকৰী সংস্কৃতিৰ সাধক সুৰেন্দ্ৰ নাথ বৰাৰ দেহাৱসান । হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় গৱেষকজনৰ ।

Surendra Nath Bora dies
শংকৰী সংস্কৃতিৰ সাধক সুৰেন্দ্ৰ নাথ বৰাৰ দেহাৱসান
author img

By

Published : Aug 25, 2020, 12:21 PM IST

নিউজ ডেস্ক, 25 আগষ্ট : গুৰুজনাৰ সৃষ্টিৰাজি বিষয়ক গৱেষণাৰ ক্ষেত্ৰত জীৱন উচৰ্গা কৰা সুৰেন্দ্ৰ নাথ বৰাৰ দেহাৱসান । গুৱাহাটীৰ এপ'ল' হাস্পতালত চিকিৎসাধীন হৈ আছিল শংকৰী সংস্কৃতিৰ সাধকগৰাকী । হৃদৰোগত আক্ৰান্ত হৈ থকা বৰাই পুৱতি নিশা মৃত্যুক আঁকোৱালি লয় । বিগত ২০ বছৰ ধৰি শংকৰী সংস্কৃতিৰ ওপৰত গৱেষণা কৰি আছিল বিশিষ্ট লিখক সুৰেন্দ্ৰ নাথ বৰা । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজি বিষয়ক কেইবাখনো গ্ৰন্থ লিখি উলিয়াইছে গৱেষকগৰাকীয়ে । শংকৰী সংস্কৃতিৰ সাধকগৰাকীৰ মৃত্যু এক অপূৰণীয় ক্ষতি ।

লগতে পঢ়ক : বিশিষ্ট গীতিকাৰ মন্মথ বৈশ্যৰ পৰলোকপ্ৰাপ্তি

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.