ETV Bharat / state

নাৰেংগীত গ্ৰীষ্মকালীন কৰ্মশালাৰ সফল সামৰণী

author img

By

Published : Jul 31, 2019, 4:15 AM IST

মঙলবাৰে সামৰণী পৰিল নাৰেংগী ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা এমহীয়া গ্ৰীষ্মকালীন কৰ্মশালা ৷

নাৰেংগীত সফল সামৰণী গ্ৰীষ্মকালীন কৰ্মশালাৰ

গুৱাহাটী,31 জুলাইঃ নাৰেংগী আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত যোৱা এমাহ ধৰি চলি আছিল গ্ৰীষ্মকালীন কৰ্মশালা ৷ মঙলবাৰে সফলভাৱে সামৰণী পৰে নাৰেংগী ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা এই কৰ্মশালাৰ ৷ এই সামৰণী অনুষ্ঠানত উপস্থিত থাকে আছুৰ বিষয়ববীয়াৰ লগতে মহাবিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকা ৷

এই অনুষ্ঠানতে চিত্ৰাংকন, সত্ৰীয়া নৃত্য, আধুনিক নৃত্যত বিজয়ী প্ৰতিযোগীসকলক বঁটা প্ৰদান কৰাৰ লগতে মহাবিদ্যালয়খনৰ পৰা সু-খ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্দ্ধনা জনায় ছাত্ৰসন্থাৰ বিষয়ববীয়াই ৷ ইপিনে দহ গৰাকী দৰিদ্ৰ মেধাৱী ছাত্ৰ-ছাত্ৰীক সাহায্য প্ৰদান কৰাৰ লগতে তেওঁলোকৰ শিক্ষাদানৰ সকলো খৰচ বহন কৰাৰ দায়িত্ব গ্ৰহণ কৰে নাৰেংগী আঞ্চলিক ছাত্ৰ সন্থাই ৷

Intro:মঙলবাৰে সামৰণি পৰিল নাৰেংগী ছাত্ৰ সন্থাৰ উদ্যোগত হোৱা এমহীয়া গ্ৰীষ্মকালীন কৰ্মশালা ৷Body:নাৰেংগী আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই সামৰনি অনুষ্ঠানত আছুৰ বিষয়ববীয়াৰ লগতে মহাবিদ্যালয়খনৰ অধ্যাপক অধ্যাপিকাও উপস্থিত থাকে ৷ এই অনুষ্ঠানতে চিত্ৰাংকন, সত্ৰীয়া নৃত্য, আধুনিক নৃত্যত বিজয়ী প্ৰতিযোগীসকলক বঁটা প্ৰদান কৰে ৷ লগতে মহাবিদ্যালয়খনৰ পৰা সু খ্যাতিৰে উত্তীৰ্ন হোৱা ছাত্ৰ ছাত্ৰী সকলকো সম্বৰ্দ্ধনা জনায় ছাত্ৰসন্থাৰ বিষয়ববীয়াই ৷ ইয়াৰ উপৰিও দহ গৰাকী দৰিদ্ৰ মেধাবী ছাত্ৰ ছাত্ৰীক সাহাৰ্য প্ৰদান কৰাৰ লগতে তেওঁলোকৰ শিক্ষাদানৰ সকলো খৰচ নাৰেংগী আঞ্চলিক ছাত্ৰ সন্থাই দায়িত্ব লয় ৷Conclusion:লিপিকা ডেকা,গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.