গুৱাহাটী, 17 আগষ্টঃ ১৫ আগষ্ট ১৯৫০ চনৰ ভয়াবহ ভূমিকম্পক সুঁৱৰি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত ১৭ আগষ্টৰ দিনটোত প্ৰতিবছৰে ভূমিকম্প সজাগতা শিবিৰ আয়োজন কৰা হয় । এই বছৰো ৰাজ্যৰ ৩৩খন জিলাৰ ১০০ খন বিদ্যালয়ত দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে আয়োজন কৰে এক বিশেষ প্ৰদৰ্শনীৰ ৷ ৰাজ্যৰ বিভিন্ন বিদ্যালয়ৰ লগতে মহানগৰীৰ টি চি ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়তো অনুষ্ঠিত হয় সজাগতা শিবিৰ ৷ এই শিবিৰত প্ৰাকৃতিক দুৰ্যোগৰ সময়চোৱাত ল'বলগীয়া সাৱধানতাৰ বিশেষ প্ৰশিক্ষণ প্ৰদানৰ লগতে প্ৰাকৃতিক দুৰ্যোগ প্ৰতিৰোধী বিভিন্ন সামগ্ৰীৰ এখনি প্ৰদৰ্শনীও অনুষ্ঠিত হয়।
দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰাধিকৰণৰ উদ্যোগত বিশেষ প্ৰদৰ্শনী - special class about disester awareness
১৫ আগষ্ট ১৯৫০ চনৰ ভয়াবহ ভূমিকম্পক সুঁৱৰি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগৰ বিশেষ প্ৰদৰ্শনী ৷ ৰাজ্যৰ ৩৩খন জিলাৰ ১০০ খন বিদ্যালয়ত অনুষ্ঠিত এই বিশেষ প্ৰদৰ্শনী ৷ প্ৰাকৃতিক দুৰ্যোগৰ সময়চোৱাত ল'বলগীয়া সাৱধানতাৰ বিশেষ প্ৰশিক্ষণ প্ৰদান ৷

গুৱাহাটী, 17 আগষ্টঃ ১৫ আগষ্ট ১৯৫০ চনৰ ভয়াবহ ভূমিকম্পক সুঁৱৰি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত ১৭ আগষ্টৰ দিনটোত প্ৰতিবছৰে ভূমিকম্প সজাগতা শিবিৰ আয়োজন কৰা হয় । এই বছৰো ৰাজ্যৰ ৩৩খন জিলাৰ ১০০ খন বিদ্যালয়ত দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে আয়োজন কৰে এক বিশেষ প্ৰদৰ্শনীৰ ৷ ৰাজ্যৰ বিভিন্ন বিদ্যালয়ৰ লগতে মহানগৰীৰ টি চি ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়তো অনুষ্ঠিত হয় সজাগতা শিবিৰ ৷ এই শিবিৰত প্ৰাকৃতিক দুৰ্যোগৰ সময়চোৱাত ল'বলগীয়া সাৱধানতাৰ বিশেষ প্ৰশিক্ষণ প্ৰদানৰ লগতে প্ৰাকৃতিক দুৰ্যোগ প্ৰতিৰোধী বিভিন্ন সামগ্ৰীৰ এখনি প্ৰদৰ্শনীও অনুষ্ঠিত হয়।
Body:১৫ আগষ্ট ১৯৫০ চনৰ ভয়াবহ ভূমিকম্পক সুঁৱৰি প্ৰতিবছৰে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত ১৭ আগষ্টৰ দিনটোত ভূমিকম্প সজাগতা শিবিৰ আয়োজন কৰা হয়। প্ৰতিবছৰৰ দৰে এই বিচাৰো ৰাজ্যৰ প্ৰতিখন জিলাৰ ১০০ খনকৈ বিদ্যালয়ত অনুষ্ঠিত হৈছে এই সজাগতা শিবিৰৰ। ৰাজ্যৰ বিভিন্ন বিদ্যালয়ৰ লগতে মহানগৰীৰ টি চি ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়টো অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত অনুষ্ঠিত হয় সজাগতা শিবিৰ। এই শিবিৰত প্ৰাকৃতিক দুৰ্যোগৰ সময়চোৱাত ল'বলগীয়া সাৱধানতাৰ বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হয়। তাৰোপৰি প্ৰাকৃতিক দুৰ্যোগ প্ৰতিৰোধী বিভিন্ন সামগ্ৰীৰ এখনি প্ৰদৰ্শনীও অনুষ্ঠিত হয়।
byte-
Conclusion:ইফালে ছাত্ৰ-ছাত্ৰীসকলক এই ক্ষেত্ৰত সজাগ হ'বলৈ আহ্বান জনাই অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বিষয়া কস্তুৰ্ব তালুকদাৰে।
TAGGED:
disester awareness