গুৱাহাটী, 25 মে': সোণাপুৰ চামতাস্থিত গোমৰীয়াপথাৰ মধ্য আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ সমীপত থকা শিলকুৱৰীৰ বাবে সমস্যাৰ সম্মুখীন হৈছে ছাত্ৰ-ছাত্ৰী সকল ৷ সোণাপুৰ আঞ্চলিক বন বিভাগৰ কাৰ্য্যালয়ৰ অন্তৰ্গত সোণাপুৰৰ চামতাস্থিত গোমৰীয়াপথাৰ মধ্য আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ সমীপত থকা শিলকুৱৰী লৈ অহা যোৱা কৰা যান বাহনৰ লগতে শিলকুৱৰীত ব্যৱহৃত বিভিন্ন যন্ত্ৰপাতিৰ শব্দৰ বাবে ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিবলৈ বিভিন্ন ধৰণৰ সমস্যাৰ সম্মুখীন হৈছে শিক্ষক সকল । আনহাতে, শিলকুৱৰীটোৰ বাবে সমগ্ৰ অঞ্চলটোত ধূলিময় পৰিৱেশ হৈ পৰে, ফলত অঞ্চলটোত ভূমি প্ৰদূষণৰ লগতে বায়ু প্ৰদূষণৰ সমস্যা দেখা পোৱা গৈছে ।
সোণাপুৰত শিলকুৱৰীৰ বাবে সমস্যাত ছাত্ৰ-ছাত্ৰী - etv bharat assam
সোণাপুৰ আঞ্চলিক বন বিভাগৰ কাৰ্য্যালয়ৰ অন্তৰ্গত সোণাপুৰৰ চামতাস্থিত গোমৰীয়াপথাৰ মধ্য আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ সমীপত থকা শিলকুৱৰীলৈ অহা-যোৱা কৰা যান বাহনৰ লগতে শিলকুৱৰীত ব্যৱহৃত বিভিন্ন যন্ত্ৰপাতিৰ শব্দৰ বাবে ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিবলৈ বিভিন্ন ধৰণৰ সমস্যাৰ সম্মুখীন হৈছে শিক্ষক সকলে ৷
![সোণাপুৰত শিলকুৱৰীৰ বাবে সমস্যাত ছাত্ৰ-ছাত্ৰী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3383226-168-3383226-1558800797376.jpg?imwidth=3840)
সোণাপুৰত শিলকুৱৰীৰ বাবে সমস্যাত ছাত্ৰ-ছাত্ৰী
গুৱাহাটী, 25 মে': সোণাপুৰ চামতাস্থিত গোমৰীয়াপথাৰ মধ্য আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ সমীপত থকা শিলকুৱৰীৰ বাবে সমস্যাৰ সম্মুখীন হৈছে ছাত্ৰ-ছাত্ৰী সকল ৷ সোণাপুৰ আঞ্চলিক বন বিভাগৰ কাৰ্য্যালয়ৰ অন্তৰ্গত সোণাপুৰৰ চামতাস্থিত গোমৰীয়াপথাৰ মধ্য আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ সমীপত থকা শিলকুৱৰী লৈ অহা যোৱা কৰা যান বাহনৰ লগতে শিলকুৱৰীত ব্যৱহৃত বিভিন্ন যন্ত্ৰপাতিৰ শব্দৰ বাবে ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিবলৈ বিভিন্ন ধৰণৰ সমস্যাৰ সম্মুখীন হৈছে শিক্ষক সকল । আনহাতে, শিলকুৱৰীটোৰ বাবে সমগ্ৰ অঞ্চলটোত ধূলিময় পৰিৱেশ হৈ পৰে, ফলত অঞ্চলটোত ভূমি প্ৰদূষণৰ লগতে বায়ু প্ৰদূষণৰ সমস্যা দেখা পোৱা গৈছে ।
সোণাপুৰত শিলকুৱৰীৰ বাবে সমস্যাত ছাত্ৰ-ছাত্ৰী
A_GHY_802_25MAY_SONAPUR_STONE_CRUSHER_VISUAL_BYTE_ASRAR_PALLAV
সোণাপুৰ চামতা স্থিত গোমৰীয়াপথাৰ মধ্য আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ সমীপত থকা শিলকুৱৰীৰ বাবে এই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে পাঠদান কৰাৰ সময়ত বিভিন্ন ধৰণৰ সমস্যাৰ সম্মুখীন হ'বলগীয়া হৈছে । সোণাপুৰ আঞ্চলিক বন বিভাগৰ কাৰ্য্যালয়ৰ অন্তৰ্গত সোণাপুৰৰ চামতা স্থিত গোমৰীয়াপথাৰ মধ্য আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ সমীপত শিলকুৱৰীৰ অনুমতি প্ৰদান কৰা বাবে শিলকুৱৰী লৈ অহা যোৱা কৰা যান বাহনৰ লগতে শিলকুৱৰীত ব্যৱহৃত বিভিন্ন যন্ত্ৰপাতিৰ শব্দৰ বাবে ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিবলৈ বিভিন্ন ধৰণৰ সমস্যাৰ সম্মুখীন হ'বলগীয়া হয় শিক্ষক সকলে । আনহাতে এই শিলকুৱৰী টোৰ বাবে সমগ্ৰ অঞ্চলটোত ধূলিময় পৰিৱেশ হৈ পৰে , যাৰ ফলত অঞ্চলটোত ভূমি প্ৰদূষণৰ লগতে বায়ু প্ৰদূষণৰ সমস্যা দেখা পোৱা গৈছে। ।
Visual link
Asrar Ansari and Pallav Bora Guwahati