ETV Bharat / state

37 নং ৰাষ্ট্ৰীয় ঘাইপথত অবৈধ গৰু ভৰ্তি ট্ৰাক জব্দঃ আটক চালক আৰু হেণ্ডিমেন

সোণাপুৰ আৰু ক্ষেত্ৰীত দুখনকৈ অবৈধ গৰু ভৰ্তি ট্ৰাক জব্দ ৷ এখন ট্ৰাকৰ চালক আৰু হেণ্ডিমেন আটক হোৱাৰ বিপৰীতে আনখনৰ চালক ও হেণ্ডিমেনৰ পলায়ন ৷

author img

By

Published : Aug 9, 2019, 9:54 PM IST

37 নং ৰাষ্ট্ৰীয় ঘাইপথত অবৈধ গৰু ভৰ্তি ট্ৰাক জব্দঃ আটক চালক আৰু হেণ্ডিমেন

নিউজ ডেক্স, 9 আগষ্টঃ ৰাজ্যত ব্যাপক ৰূপত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ ৷ নগাওঁৰ চামগুৰিৰ পৰা মেঘালয় অভিমুখী AS 02 AC 1154 আৰু AS 01 DD 9857 নম্বৰৰ দুখন গৰুভৰ্তি ট্ৰাক মেঘালয় অভিমুখে গৈ থকা অৱস্থাত ক্ষেত্ৰী আৰক্ষীয়ে এটা গোপন খবৰৰ ভিত্তিত নাকা চেকিংৰ পৰা চোৰাং ব্যৱসায়ৰ উমান পাই জব্দ কৰিবলৈ সক্ষম হয় 18 টা গৰু সহ এখন গৰু ভৰ্তি ট্ৰাক কিন্তু পলাই যাবলৈ সক্ষম হয় ট্ৰাকখনৰ চালক হেণ্ডিমেন । আনফালে ক্ষেত্ৰীৰ পৰা পলাই অহা ট্ৰাকখন সোণাপুৰ আৰক্ষীয়েও 18 টা গৰু সহ জব্দ কৰিবলৈ সক্ষম হয় আন লগতে আটক কৰে চালক আৰু হেণ্ডিমেন । জব্দ হোৱা গাড়ীয়ে এটা কথা প্ৰমাণ কৰিলে যে ৰাজ্যত বৰ্তমানো পূৰ্ণগতিত চলি আছে গৰুৰ চোৰাং সৰবৰাহ ৷

Intro:সোণাপুৰ আৰু ক্ষেত্ৰীত AS 02 AC 1154. AS 01 DD 9857 জব্দ দুখন অবৈধ গৰু ভৰ্তি ট্ৰাক আটক চালক আৰু হেণ্ডিমেন
Body:নগাওঁৰ চামগুৰিৰ পৰা মেঘালয় অভিমুখী আছিল ট্ৰাক দুখন। ক্ষেত্ৰী আৰক্ষীয়ে এটা গোপন খবৰৰ ভিত্তিত নাকা চেকিংৰ পৰা খেদি এখন গাঢ়ী জদ্ব কৰে।আন খন পলায় যাবলৈ সক্ষম হয়। গৰু ভৰ্তি ট্ৰাকৰ উমান পাই ক্ষেত্ৰী আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় 18 টা গৰু সহ এখন গৰু ভৰ্তি ট্ৰাক কিন্তু পলাই যাবলৈ সক্ষম চালক হেণ্ডিমেন। আন ফালে ক্ষেত্ৰীৰ পৰা পলায় আহা খন গাড়ী সোণাপুৰ আৰক্ষীয়েও 18 টা গৰু সহ জব্দ কৰিবলৈ সক্ষম হয় আন লগতে আটক কৰে চালক আৰু হেণ্ডিমেন। জব্দ হোৱা গড়িয়ে এটা কথা প্ৰমাণ কৰিলে যে বৰ্তমানো পূৰ্ণ গতিত চলি আছে গৰুৰ চোৰাং বেহা।

Conclusion:Asrar Ansari
Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.