ETV Bharat / state

অভিযোগ থাকিলেই দোষী নহয়: সিদ্ধাৰ্থ ভট্টাচাৰ্য - assam news

সাংবাদিকে স্কুল বেগ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত প্ৰাইভেট স্কুলৰ বিৰুদ্ধে সুৰ সলনি কৰিলে শিক্ষামন্ত্ৰী গৰাকীয়ে ৷ স্কুল বেগক লৈ যদি কোনোৱে স্কুলৰ বিৰুদ্ধে অভিযোগ দিছে তে'নেহলে নিৰ্দিষ্টভাবে স্কুলখন দেখুৱাই দিবলৈ মন্তব্য আগবঢ়ায় সিদ্ধাৰ্থ ভট্টাচাৰ্যই ৷

সিদ্ধাৰ্থ ভট্টাচাৰ্য
author img

By

Published : Jun 8, 2019, 9:59 PM IST

গুৱাহটী, 8 জুন: "অভিযোগ থাকিলেই দোষী নহয় । ভাৰতৰ এক ন্যায়িক ব্যৱস্থা আছে ৷" শনিবাৰে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডম্বৰুধৰ নাথ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এনেদৰে মন্তব্য কৰে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ৷ লগতে ছাত্ৰী গৰাকীয়ে অভিযুক্ত উপাচাৰ্যৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা বুলিও মন্তব্য কৰে ৷ আনহাতে, সাংবাদিকে স্কুল বেগ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত প্ৰাইভেট স্কুলৰ বিৰুদ্ধে সুৰ সলনি কৰিলে শিক্ষামন্ত্ৰী গৰাকীয়ে ৷ স্কুল বেগক লৈ যদি কোনোৱে স্কুলৰ বিৰুদ্ধে অভিযোগ দিছে তে'নেহলে নিৰ্দিষ্টভাবে স্কুলখন দেখুৱাই দিবলৈ মন্তব্য আগবঢ়ায় সিদ্ধাৰ্থ ভট্টাচাৰ্যই ৷

Intro: মাজুলীৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডম্বৰুদ্ধৰ নাথ সন্দৰ্ভত প্ৰতিক্ৰিয়া শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ। তেখেতৰ মতে অভিযোগ থাকিলেই দুখী নহয় । ভাৰতৰ এক ন্যায়িক ব্যৱস্থা আছে । মই শুনিছোঁ যে ছাত্ৰী গৰাকীয়ে তেওঁৰ বিৰুদ্ধে এখন গোচৰ দিছে। তাতে কি ওলাই চাই লওঁ।

Body: লগতে সাংবাদিকৰ স্কুল বেগ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত প্ৰাইভেট স্কুলৰ বিৰুদ্ধে সুৰ সলনি কৰিলে শিক্ষা মন্ত্ৰী গৰাকীয়ে । স্কুল বেগক লৈ যদি কোনোৱে স্কুলৰ বিৰুদ্ধে অভিযোগ দিছে তেনেহলে নিদিৰ্ষ্ট ভাবে স্কুলখন দেখুৱাই দিয়ক। সাংবাদিকক কলে আপোনালোকে যদি দেখিছে তেনেহলে আমাক দেখুৱাই দিয়ক। ইফালে বিশেষ squad নিৰ্দেশ দিয়াৰ পিছতো কিয় যোৱা নাই বুলি সোধা প্ৰশ্নৰ উত্তৰত কলে তেওঁলোকে কাম কৰি আছে। কিন্তু সাংবাদিকৰ প্ৰশ্নৰ আগত শিক্ষা মন্ত্ৰী গৰাকীৰ বাৰে বাৰে গা এৰা মন্ত্যব তেওঁ কলে "তেনেহলে তেওঁ কাম কৰা নাই।"

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.