ETV Bharat / state

ৰাজ্যিক মৰ্যদাৰে শ্বেখ চান্দ মহম্মদৰ জানাজা সম্পন্ন

শনিবাৰে পুৱা 4 বজাত শেষ নিশ্বাস ত্যাগ কৰা অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ শ্বেখ চান্দ মহম্মদৰ শেষকৃত্য বিয়লি ৰাজ্যিক মৰ্যদাৰে সম্পন্ন কৰা হয় ৷

ৰাজ্যিক মৰ্যদাৰে শ্বেখ চান্দ মহম্মদৰ জানাজা সম্পন্ন
author img

By

Published : May 11, 2019, 5:46 PM IST

গুৱাহাটী, 11 মে’: অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ শ্বেখ চান্দ মহম্মদৰ শনিবাৰে দুপৰীয়া 2 বজাত ৰাজ্যিক মৰ্যদাৰে শৰণীয়া কবৰস্থানত জানাজা সম্পন্ন কৰা হয় ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ জানাজাত উপস্থিত থাকে অসম চৰকাৰৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী , মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী আৰু আইন উপদেষ্টা শান্তনু ভৰালী ৷ উল্লেখ্য যে, অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষগৰাকী 5 মে’ৰ পৰা নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ থকাৰ পাচত শনিবাৰে পুৱা চাৰি বজাত শেষ নিশ্বাস ত্যাগ কৰে ৷

Intro:অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ শ্বেখ চান্দ মহম্মদ দেহাৱাসন। শৰণীয়া কৰস্থানত দুপৰীয়া ২ বজাত ৰাজ্যিক মৰ্যাদাৰে জনাজাত সম্পন্ন কৰা হয়।

Body:গুৰুতৰ ভাৱে অসুস্থ বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ শ্বেখ চান্দ মহম্মদক পুৱা চাৰি বজত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন অধ্যক্ষ শ্বেখ চান্দ মহম্মদ বহু দিন ধৰি অসুস্থ হৈ চিকিৎসাধীন হৈ আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৪ বছৰ । মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে হৈ জনাজাত উপস্থিত থাকে অসম চৰকাৰৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, মূখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামী আৰু মূখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী উপস্থিত থাকে।

Conclusion:Asrar Ansari and Pallav Bora

গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.