ETV Bharat / state

Assam assembly winter session : অধিবেশনৰ তৃতীয় দিনা সদনত কি কি বিধেয়ক গৃহীত হ'ল ? - Assam assembly winter session 2022

অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ তৃতীয়টো দিনত কেইবাখনো বিধেয়ক উত্থাপন কৰাৰ লগতে কেইবাখনো বিধেয়ক গৃহীত কৰা‌ হয় (Bills passed on Assam assembly winter session)। বিত্ত মন্ত্ৰী অজন্তা নেওগ আৰু পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই প্ৰায় ৫ খন বিধেয়ক উত্থাপন কৰে ।

Assam assembly winter session
অধিবেশনৰ তৃতীয় দিনা সদনত কি কি বিধেয়ক গৃহীত
author img

By

Published : Dec 22, 2022, 6:42 PM IST

গুৱাহাটী,২২ ডিচেম্বৰ : ২০ ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ শীতকালীন অধিবেশন (15th Assam Assembly)। আজি অধিবেশনৰ তৃতীয়টো দিন । বৃহস্পতিবাৰে অৰ্থাৎ তৃতীয়টো দিনত কেইবাখনো বিধেয়ক উত্থাপন কৰা হয় । কেইবাখনো বিধেয়ক উত্থাপন কৰাৰ লগতে কেইবাখনো বিধেয়ক গৃহীতও কৰা‌ হয় ।

অধিবেশনত অসম চৰকাৰৰ বিত্ত মন্ত্ৰী অজন্তা নেওগে "দ্য আসাম টেক্সেশ্যন ল্ ভেলিডেশ্যন (ৰিপিলিং) বিল, ২০২২", "দ্য আসাম টেক্সেশ্যন (প্রচিডিয়ৰ ফৰ ৰাউণ্ডিং অফ) (ৰিপিলিং) বিল, ২০২২", "দ্য আসাম টেক্সেশ্যন (ট্রান্সফাৰ অৱ ৰেফাৰেঞ্চ এপ্লিকেশ্যন) (ৰিপিলিং) বিল, ২০২২", "দ্য আসাম ৰুৰেল ডেভেলপমেণ্ট চেছ্‌ (ৰিপিলিং) বিল, ২০২২" সদনত উত্থাপন কৰে ।

পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই "দ্য আসাম ষ্টেট ট্রানচপোর্ট ক’ৰপৰেশ্যন (প্রিভেনশ্যন অৱ আনঅথ’ৰাইজড্ ট্ৰেভেল) বিল, ২০২২" উত্থাপন কৰে । ইফালে শীতকালীন অধিবেশনৰ তৃতীয় দিনত দ্য আসাম ইভেক্যুই প্ৰপাৰ্টি (ৰিপিলিং) বিল, ২০২২", "দ্য আসাম জুট (কণ্ট্ৰল অৱ প্ৰাইচেছ) (ৰিপিলিং) বিল, "দি পাব্লিক গেমব্লিং (এক্সটেনশ্যন টু মিজো ডিষ্ট্ৰিক্ট) (ৰিপিলিং) বিল, ২০২২", দ্য আসাম ফাৰমাৰছ্ (গ্ৰুপ ইৰিগেশ্যন) (ৰিপিলিং) বিল, ২০২২,‌ দ্য তিনিচুকীয়া এণ্ড ডিব্ৰুগড় ইলেকট্টিচিটী চাপ্লাই আণ্ডাৰটেকিংছ (একুইজিশ্যন) (ৰিপিলিং) বিল, ২০২২ আৰু দ্য আসাম লোকেল অথ'ৰিটিছ গ্ৰান্টছ(চাৰ্জদ) (ৰিপিলিং) বিল, ২০২২ গৃহীত কৰা হয় ।

ইফালে অধিবেশনৰ প্ৰথমটো দিনতো কেইবাখনো বিধেয়ক উত্থাপন কৰা‌ হয় (Assam assembly winter session 2022) । সদনত সংশোধনৰ বাবে উত্থাপন কৰা বিধেয়ককেইখন‌ হৈছে 'দ্য মিনিমাম ৱেজেছ (আছাম এমেণ্ডমেণ্ট) বিল, ২০২২', 'দ্য বিল্ডিং এণ্ড আদাৰ কনষ্ট্ৰাকচন ৱকাৰ্ছ ৱেলফেয়াৰ চেচ (আছাম এমেণ্ডমেণ্ট) বিল, ২০২২', 'দ্য প্লেনটেচনছ লেবাৰ (আছাম এমেণ্ডমেণ্ট) বিল, ২০২২', 'দ্য ইণ্ডাষ্ট্রিয়েল ডিছপুটছ (আছাম এমেণ্ডমেণ্ট) বিল, ২০২২', 'দ্য বিড়ি এণ্ড চিগাৰ ৱকাৰ্ছ (কণ্ডিচনছ অব এমপ্লয়মেণ্ট) (আছাম এমেণ্ডমেণ্ট) বিল, ২০২২' (Bills passed on Assam assembly winter session)।

'দ্য কনট্রেক্ট লেবাৰ (ৰেণ্ডলেচন এগু এব'লিচন) (আছাম এমেণ্ডমেণ্ট) বিল, ২০২২', 'দ্য ইণ্টাৰ-ষ্টেট মাইগ্রেণ্ট ৱর্কমেন (ৰেগুলেচন অব এমপ্লয়মেণ্ট এণ্ড কণ্ডিচনছ অব ছার্ভিছেজ) (আছাম এমেণ্ডমেণ্ট) বিল, ২০২২', 'দ্য ইকুৱেল ৰিমুনাৰেচন (আছাম এমেণ্ডমেণ্ট) বিল, ২০২২', 'দ্য বিল্ডিং এণ্ড আদাৰ কনষ্ট্ৰাকচন ৱকাৰ্ছ (ৰেগুলেচন এণ্ড এমপ্লয়মেণ্ট এণ্ড কণ্ডিচন অব ছাৰ্ভিচ) (আছাম এমেণ্ডমেণ্ট) বিল, ২০২২', 'দ্য পেমেণ্ট অব গ্ৰেছুইটী (আছাম এমেণ্ডমেণ্ট) বিল, ২০২২' ।

ইফালে ২৩ ডিচেম্বৰ শুকুৰবাৰে প্ৰশ্নসমূহ আৰু বে-চৰকাৰী সদস্যৰ কাৰ্যসূচী যেনে, বিধেয়ক, সংকল্প প্ৰস্তাৱ, বিশেষ প্ৰস্তাৱ আদি গ্ৰহণ কৰা হ'ব । ২৪ ডিচেম্বৰ অৰ্থাৎ শনিবাৰে অন্তিম দিনাৰ কাৰ্যসূচীত আছে প্রশ্নসমূহ, চৰকাৰী বিধেয়কসমূহ বিবেচনা আৰু পাৰ্টিকৰণ, যিকোনো অসমাপ্ত চৰকাৰী কাৰ্যসূচী ৷ ইয়াৰ পাছতে অনিৰ্দিষ্ট কালৰ বাবে স্থগিত হৈ পৰিব সদন ।

লগতে পঢ়ক :Assam assembly winter session: পাঁচদিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা অসম বিধানসভাৰ শীতকালীন অধিৱেশন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.