ETV Bharat / state

২৭ বছৰীয়া হল গুৱাহাটীৰ "স্কুল অৱ ড্ৰামা" - গুৱাহাটী প্ৰেছ ক্লাব

27 বছৰীয়া বৰ্ষপূতি উপলক্ষে 28 ছেপ্টেম্বৰৰ পৰা 35 দিনীয়া এক নাট প্ৰশিক্ষণৰ অনুষ্ঠিত কৰাৰ আয়োজন কৰিছে বিদ্যালয় খনৰ কাৰ্যকৰ্তা সকলে ৷

২৭ বছৰীয়া হল গুৱাহাটীৰ "স্কুল অৱ ড্ৰামা"
author img

By

Published : Sep 11, 2019, 2:53 AM IST

Updated : Sep 11, 2019, 8:29 AM IST

গুৱাহাটী,11 ছেপ্তেম্বৰ: 27 বছৰত ভৰি দিলে 1992 চনতে স্থাপন হোৱা গুৱাহাটীস্থিত অভিনয় প্ৰশিক্ষনৰ স্কুল "স্কুল অৱ ড্ৰামাই" ৷ 27 বছৰীয়া বৰ্ষপূতি উপলক্ষে 28 ছেপ্টেম্বৰৰ পৰা 35 দিনীয়া এক নাট প্ৰশিক্ষণৰ অনুষ্ঠিত কৰাৰ আয়োজন কৰিছে বিদ্যালয় খনৰ কাৰ্যকৰ্তা সকলে ৷ উদ্যোক্তা সকলে জনোৱা অনুসৰি স্কুল অৱ ড্ৰামাৰ ভগ্নী সংগঠন "অংকন" ৰ সহযোগত গুৱাহাটী কমাৰ্চ কলেজত অনুষ্ঠিত হব এই প্ৰশিক্ষণ কাৰ্যসূচী ৷ য'ত প্ৰশিক্ষাৰ্থী সকলক প্ৰশিক্ষণ দিব কেইবাগৰাকী খ্যাতি সম্পন্ন প্ৰশিক্ষকে ৷ মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেলৰ জৰিয়তে এই কথা ঘোষণা কৰে উদ্যোক্তা সকলে ।

উল্লেখ্য যে ৩৫ দিনীয়া প্ৰশিক্ষণৰ অন্তত আই আই টি মাছখোৱা অথবা কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব কেইবাখনো নাটক ।

Intro:২৭ বছৰত ভৰি দিলে "স্কুল অৱ ড্ৰামাই" ।

Body:১৯৯২ চনতে স্থাপন হোৱা অভিনয়ৰ এই বিদ্যালয় খনে এক মাইলৰ খুটি হিচাপে চিহ্নিত হৈ ৰৈছে মহানগৰীৰ লগতে সমগ্র ৰাজ্যত । ২৭ বছৰীয়া পূৰ্তি উপলক্ষে ২৮ ছেপ্টেম্বৰ ৰ পৰা ৩৫ দিনীয়া এক নাট প্ৰশিক্ষণৰ অনুষ্ঠিত কৰিব । স্কুল অৱ ড্ৰামাৰ ভগ্নী সংগঠন "অংকন" ৰ সহযোগত গুৱাহাটী কমাৰ্চ কলেজত অনুষ্ঠিত হব এই প্ৰশিক্ষণ কাৰ্যসূচী । যত প্ৰশিক্ষণ দিব কেইবাগৰাকী খ্যাতি সম্পন্ন প্ৰশিক্ষকে । মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেলৰ জৰিয়তে এই কথা ঘোষণা কৰে উদ্যোক্তা সকলে । ৩৫ দিনীয়া প্ৰশিক্ষণৰ অন্তত আই আই টি মাছখোৱা অথবা কলাক্ষেত্ৰত অনুষ্ঠিত হব কেইবাখনো নাটক । নামী দামী তাৰকাৰ উপস্থিতিত অনুষ্ঠিত হব এই নাটক সমূহ ।

Conclusion:লিপিকা ডেকা, গুৱাহাটী
Last Updated : Sep 11, 2019, 8:29 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.