ETV Bharat / state

গুৱাহাটী উচ্চ ন্যায়ালয়ত স্থায়ী ন্যায়াধীশ নিযুক্তিৰ প্ৰস্তাৱত অনুমোদন - গুৱাহাটী উচ্চ ন্যায়ালয়ত স্থায়ী ন্যায়াধীশ নিযুক্তি

গুৱাহাটী উচ্চ ন্যায়ালয়ত তিনিজন অতিৰিক্ত ন্যায়াধীশক স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ প্ৰস্তাৱত অনুমোদন ৷ মুখ্য ন্যায়াধীশ N.V. Ramana নেতৃত্বত বহা তিনিজনীয়া কলেজিয়ামে এই প্ৰস্তাৱত অনুমোদন জনায় ৷

SC collegium approves 3 names as permanent judges of Gauhati HC
গুৱাহাটী উচ্চ ন্যায়ালয়ত স্থায়ী ন্যায়াধীশ নিযুক্তিৰ প্ৰস্তাৱত Supreme Court Collegiumৰ অনুমোদন
author img

By

Published : Sep 13, 2021, 6:21 PM IST

নেশ্যনেল ডেস্ক , 13 ছেপ্তেম্বৰ : গুৱাহাটী উচ্চ ন্যায়ালয়(Gauhati High Court)ৰ বাবে স্থায়ী ন্যায়াধীশ নিযুক্তি দিয়াৰ প্ৰস্তাৱত Supreme Court Collegiumৰ অনুমোদন ৷ মুখ্য ন্যায়াধীশ N.V. Ramana নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে গুৱাহাটী উচ্চ ন্যায়ালয়ত তিনিজন অতিৰিক্ত ন্যায়াধীশক স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ প্ৰস্তাৱত অনুমোদন দিয়ে ৷

SC collegium approves 3 names as permanent judges of Gauhati HC
মুখ্য ন্যায়াধীশ N.V. Ramana নেতৃত্বত বহা তিনিজনীয়া কলেজিয়ামে এই প্ৰস্তাৱত অনুমোদন জনায়

সোমবাৰে শীৰ্ষ আদালতৰ ৱেবচাইটত এই সন্দৰ্ভত এটা বিবৃতি প্ৰকাশ কৰা হয় ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ত এই অতিৰিক্ত ন্যায়াধীশসকলক স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ প্ৰস্তাৱত উচ্চতম ন্যায়ালয় কলেজিয়ামে 2021ৰ 9 ছেপ্টেম্বৰ তাৰিখে অনুমোদন জনাইছিল ৷ এই অতিৰিক্ত ন্যায়াধীশ কেইজন হ'ল ক্ৰমে সৌমিত্ৰ শইকীয়া, পাৰ্থিৱজ্যোতি শইকীয়া আৰু S. Hukato Swu ৷

ন্যায়াধীশ Ramanaৰ উপৰিও ন্যায়াধীশ U.U. Lalit আৰু ন্যায়াধীশ A.M. Khanwilkar উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ নিযুক্তিৰ বাবে সিদ্ধান্ত লোৱা তিনিজনীয়া কলেজিয়ামৰ অংশ আছিল ৷

লগতে পঢ়ক : গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ ভূপেন্দ্ৰ পেটেলৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.