ETV Bharat / state

দুদিনলৈ বন্ধ থাকিব পুৰণি শৰাইঘাটৰ দলং

author img

By

Published : Nov 21, 2020, 10:33 PM IST

শনিবাৰৰে পৰা দুদিনৰ বাবে বন্ধ থাকিব পুৰণি শৰাইঘাটৰ দলং । পুৰণি শৰাইঘাট দলং মেৰামতিৰ বাবে এই সিদ্ধান্ত উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ । বন্ধৰ এই সময়ছোৱাত নতুন শৰাইঘাট দলঙেৰে চলিব যানবাহন সমূহ ।

saraighat-bridge-closed-for-two-days
আজিৰে পৰা দুদিনলৈ বন্ধ থাকিব পুৰণি শৰাইঘাটৰ দলং

আজাৰা, 21 নৱেম্বৰ : শনিবাৰৰে পৰা দুদিনৰ বাবে বন্ধ থাকিব পুৰণি শৰাইঘাটৰ দলং । পুৰণি শৰাইঘাট দলং মেৰামতিৰ বাবে এই সিদ্ধান্ত উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ । বন্ধৰ এই সময়ছোৱাত নতুন শৰাইঘাট দলঙেৰে চলিব যানবাহন সমূহ । অহা সোমবাৰৰ পুৱাৰ ভাগলৈ চলিব শৰাইঘাট দলং মেৰামতিৰ কাম । প্ৰথম অৱস্থাত পৰীক্ষামূলক ভাৱে মেৰামতিহে কৰা হ'ব দলংখন । যদি এই মেৰামতিত ফলপ্ৰসূ হয় তেতিয়াহে সম্পূৰ্ণ কৰিব দলং মেৰামতিৰ কাম । সংবাদ মাধ্যমক এই কথা জনালে উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই ।

উল্লেখ্য যে, কিছুমাহ পুৰ্বে সম্পূৰ্ণ মেৰামতি কৰা হৈছিল শৰাইঘাট দলংখন আনহাতে শৰাইঘাট বন্ধৰ ফলত যান-জঁটৰ সমস্যা যে বৃদ্ধি পাব সেয়া সহজেই অনুমেয় ।
লগতে পঢ়ক: প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ অৱনতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.