ETV Bharat / state

হিন্দী ভাষাত মহাপুৰুষৰ জীৱন ভিত্তিক নাট প্ৰদৰ্শন

author img

By

Published : Feb 16, 2020, 11:53 PM IST

দেওবাৰে গুৱাহাটী ৰবীন্দ্ৰ ভৱনত মাৰোৱাৰী যুৱ মঞ্চ গুৱাহাটী শাখাৰ সহযোগত শংকৰদেৱৰ জীৱন ভিত্তিক নাট প্ৰদৰ্শন । শিশু গোষ্ঠী 'জোনাকে' প্ৰদৰ্শন কৰা নাটখনি উপভোগ কৰে প্ৰায় শতাধিক দৰ্শকে ।

গুৱাহাটী
হিন্দী ভাষাত মহাপুৰুষৰ জীৱন ভিত্তিক নাট প্ৰদৰ্শন

গুৱাহাটী, 16 ফেব্ৰুৱাৰীঃ গুৱাহাটী ৰবীন্দ্ৰ ভৱনত হিন্দী ভাষাত মহাপুৰুষৰ জীৱন ভিত্তিক নাট প্ৰদৰ্শন ৷ দেওবাৰে গুৱাহাটী ৰবীন্দ্ৰ ভৱনত মাৰোৱাৰী যুৱ মঞ্চ গুৱাহাটী শাখাৰ সহযোগত শংকৰদেৱৰ জীৱন ভিত্তিক নাট প্ৰদৰ্শন । শিশু গোষ্ঠী 'জোনাকে' প্ৰদৰ্শন কৰা নাটখনিত প্ৰায় শতাধিক দৰ্শকে উপভোগ কৰে । আনহাতে, অনুষ্ঠানটোৰ বিষয়ে মাৰোৱাৰী যুৱ মঞ্চ সভাপতি সুভাষ সুৰানাই কয়, 'মহাপুৰুষ জনাৰ যি অৱদান সেয়া পাহৰিব নোৱাৰি আৰু এয়া ৰাষ্ট্ৰীয় ভাষাত প্ৰদৰ্শন হোৱাটো খুবেই প্ৰয়োজন । সেই উদ্দেশ্য আগত ৰাখিয়ে হিন্দী ভাষাত মহাপুৰুষৰ জীৱন ভিত্তিক নাট প্ৰদৰ্শন কৰা হয় । উল্লেখ্য যে, নাট প্ৰদৰ্শন অনুষ্ঠানত উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক,সাহিত্যিক কনকসেন ডেকা ।

আৰু পঢ়কঃ ছ'চিয়েল মিডিয়াত বিতৰ্কৰ আৱর্তত থকা ফটো সন্দৰ্ভত জুবিন গাৰ্গৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.