ETV Bharat / state

দুলু আহমেদৰ বিতৰ্কিত ফেচবুক পোষ্টক লৈ কি ক'লে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে? - Rupjyoti Kurmi press meet

ফেচবুকত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক দুলু আহমেদে আওপকীয়াকৈ প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি তথা প্ৰাক্তন বনমন্ত্ৰী ৰকিবুল হুছেইনৰ ওপৰত আগবঢ়োৱা বিতৰ্কিত পোষ্ট সম্পৰ্কত মন্তব্য বিধায়ক কুৰ্মীৰ ৷  চাওঁক কি ক'লে বিধায়কগৰাকীয়ে------

দুলু আহমেদৰ বিতৰ্কিত ফেচবুক পোষ্টক লৈ কি ক'লে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে?
author img

By

Published : Jul 28, 2019, 7:43 PM IST

দিছপুৰ, 28 জুলাইঃ ফেচবুকত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক দুলু আহমেদৰ এটা পোষ্টে আওপকীয়াকৈ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনক আক্ৰমণৰ লক্ষ্য কৰি লোৱা বুলি সৰ্বত্ৰে প্ৰতিক্ৰিয়া সৃষ্টি কৰি থকাৰ সময়তেই দেওবাৰে মৰিয়নীৰ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সংবাদমেলযোগে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে "এতিয়া আমাৰ বেয়াৰ দিন । দেউতাৰ চাকৰি গল , বাইদেউৱে কলেজৰ নামভৰ্তিৰ বাবে পইচা বিচাৰিছে , আৰু মই এখন চাইকেল বিচাৰিছোঁ , মায়ে আকৌ খোৱা বোৱাৰ কাৰণে টকা বিচাৰি আছে ।"

এখন ঘৰত অৰ্থৰ অভাৱত এনেবোৰ অৱস্থাৰ উদ্ভৱ হোৱাৰ দৰে বহুদিন ক্ষমতাৰ পৰা বিমুখ হোৱাৰ ফলত কংগ্ৰেছতো একেই সদৃশ অৱস্থা চলি আছে বুলি বিধায়কগৰাকীয়ে প্ৰসংগক্ৰমে উল্লেখ কৰে ৷ তেওঁ কংগ্ৰেছ নেতা তথা দলীয় কৰ্মী সকলোকে দলৰ বেয়া দিন চলি থকা এই সময়খিনিত একত্ৰিত হৈ দলৰ বাবে কাম কৰি যাবলৈ আহ্বান জনায় ৷

ETV BHARAT ASSAM
দুলু আহমেদৰ বিতৰ্কিত ফেচবুক পোষ্ট

Intro:লু আহমেদৰ ফেচবুক পোষ্টক লৈ ৰূপজ্যোতি কুৰ্মীৰ মন্তব্য ।
এতিয়া আমাৰ বেয়াৰ দিন ।
দেউতাৰ চাকৰি গল , বাইদেউৱে কলেজৰ নামভৰ্তিৰ বাবে পইচা বিচাৰিছে , আৰু মই এখন চাইকেল বিচাৰিছোঁ , মায়ে আকৌ খোৱা বোৱাৰ কাৰণে টকা বিচাৰি আছে ।
কংগ্ৰেছৰ এই সাদৃশ্য অৱস্থা চলি আছে ।

Body:চৰকাৰ নথকাত আমাৰ মাজত অলপ ভুল বুজাবুজি হৈছে । এনে ধৰণৰ মন্ত্যৱ কৰাৰ পৰা কংগ্ৰেছৰ নেতা সকল বিৰত থাকিব লাগে ।

Conclusion:শনিবাৰে নিশা ৰকিবুল হুছেইনৰ ঘৰত হোৱা সংখ্যা লঘু বিধায়ক আৰু সংগঠনৰ সৈতে হোৱা সভাৰ সম্পৰ্কেও মন্ত্যৱ ৰূপজ্যোতিৰ ।
ৰকিবুল হুছেইনৰ কিবা ক্ষোভ আৰু দোষ থাকিব পাৰে যদি আছে দলৰ স্বাৰ্থত আমি একতাৰে বান্ধ খাবলৈ আহ্বান জনাইছো ।
সংখ্যা লঘু লৈ যদি কিবা বেলেগ ভাবিছে তেনেকুৱা একো নকৰাই ভাল বুলি মন্ত্যৱ বিধায়ক গৰাকীৰ
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.