- মহানগৰীত পুনৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ড
- এইবাৰ ডকাইতে বান্ধিলে খোদ নিৰাপত্তাৰক্ষীকে
- গনেশগুৰিৰৰ নয়নপুৰত সংঘটিত হৈছে ডকাইতিৰ ঘটনাটো
- ডমিন’জ পিজা নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনত ডকাইতৰ লুটপাত
- জিতেন বৰ্মন নামৰ নিৰাপত্তাৰক্ষীজনক হাতে ভৰিয়ে বান্ধি চলালে লুটপাত
- ৫-৬ জনীয়া ডকাইতৰ দলটোয়ে পুৱতি নিশা প্ৰায় ৪ বজাত চলালে লুটপাত
- ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত