ETV Bharat / state

Road Accident in Guwahati: বন্ধুৰ খবৰ লবলৈ আহি দুৰ্ঘটনাত মৃত্যু জিন্টুৰ - ভয়ংকৰ পথ দুৰ্ঘটনা

মহানগৰীৰ নুনমাটি ৰে’লগেটৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত মৃত্যু হয় জিণ্টু থাপা (২২) নামৰ এজন স্কুটী আৰোহীৰ (Road Accident in Guwahati) ৷

Road Accident in Guwahati, one dead
Road Accident in Guwahati: বন্ধুৰ খবৰ লবলৈ আহি দুৰ্ঘটনাত মৃত্যু জিণ্টুৰ
author img

By

Published : Dec 6, 2022, 10:50 PM IST

  • মহানগৰীৰ নুনমাটি ৰে’লগেটৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা (Road Accident in Guwahati)
  • নিশা প্ৰায় ৮ বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো
  • দুৰ্ঘটনাত মৃত্যু হয় এজন স্কুটী আৰোহীৰ
  • নিহত যুৱকজন জিণ্টু থাপা (২২) বুলি জানিব পৰা গৈছে
  • খাৰঘুলি নিবাসী জিণ্টুৱে বালিত পিছল খাই নিয়ন্ত্ৰণ হেৰুৱাই পথৰ মাজত বাগৰি পৰে
  • সন্মুখৰ পৰা কোনো বাহনে যুৱকজনক খুন্দা মাৰে
  • যুৱকজনক সংকটজনক অৱস্থাত গেট হাস্পতালত ভৰ্তি কৰোৱা হয়
  • চিকিৎসকে মৃত বুলি ঘোষণা কৰে জিণ্টুক
  • বন্ধু এজনৰ খবৰ ল’বলৈ আহিছিল জিণ্টু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.