- গুৱাহাটীৰ পান বজাৰত পথ দুৰ্ঘটনা
- দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন লোক
- আহত লোকজনৰ নাম হীৰেন বেজবৰুৱা
- দুৰ্ঘটনাটো সংঘটিত কৰে এখন চিটি বাছে
- দুৰ্ঘটনা সংঘটিত কৰিয়েই চালক হেণ্ডিমেনে পলায়ন কৰে
- ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে পানবজাৰ আৰক্ষীয়ে
গুৱাহাটীৰ পান বজাৰত পথ দুৰ্ঘটনা - Road Accident At Guwahati
গুৱাহাটীৰ পান বজাৰত পথ দুৰ্ঘটনা সংঘটিত হয় ৷ এই দুৰ্ঘটনাত গুৰুতৰ আহত হয় এজন লোক ৷ আহত লোকজনৰ নাম হীৰেন বেজবৰুৱা ৷
গুৱাহাটীৰ পান বজাৰত পথ দুৰ্ঘটনা
- গুৱাহাটীৰ পান বজাৰত পথ দুৰ্ঘটনা
- দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন লোক
- আহত লোকজনৰ নাম হীৰেন বেজবৰুৱা
- দুৰ্ঘটনাটো সংঘটিত কৰে এখন চিটি বাছে
- দুৰ্ঘটনা সংঘটিত কৰিয়েই চালক হেণ্ডিমেনে পলায়ন কৰে
- ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে পানবজাৰ আৰক্ষীয়ে
Intro:মহানগৰীত পুনৰ চিটিবাছৰ উদ্ভণ্ডালি, বাছত উঠিব লওঁতেই
যাত্ৰীৰ শৰীৰ ওপৰেৰে চলালে বাছ । মহানগৰীৰ পান বজাৰত সংঘটিত এই ঘটনা । Body:গুৰুত্বৰ ভাবে আঘাতপ্ৰাপ্ত হয় হীৰেন বেজবৰুৱা নামৰ এজন ব্যক্তি। লগতে বাছ খনেই নিজেই ব্যক্তি জনক হস্পিতালৰ সন্মুখত পেলাই থৈ যায় । মোবাইল , বেগকে ধৰি সকলো সামগ্ৰী বাছৰ ড্ৰাইভাৰ আৰু হেণ্ডিমেন এ লৈ পলায়ন কৰিছে। Conclusion:ইতিমধ্যে এই সন্দৰ্ভত পানবাজাৰ থানাত এখন FIR দিয়া হৈছে। বৰ্তমান ICU ত চিকিত্সাধীন হৈ আছে ব্যক্তি জন । এই পৰ্যন্ত বাছ খনৰ পৰিচয় উলিয়াব পৰা নাই যদিও, ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে পানবাজাৰ আৰক্ষীয়ে ।

Last Updated : Aug 14, 2019, 1:35 PM IST
TAGGED:
Road Accident At Guwahati