ETV Bharat / state

মন্ত্ৰী ৰিহন দৈমাৰীয়ে মুকলি কৰিলে স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ অভিযান

author img

By

Published : Aug 27, 2019, 5:38 PM IST

নেডফি হাউচত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীয়ে মুকলি কৰিলে ২০১৯ বৰ্ষৰ স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ অভিযান। এই অভিযানেৰে অসমক মুকলিকৈ শৌচমুক্ত কৰাৰ প্ৰয়াস জনস্বাস্থ্য কাৰিকৰী বিভাগৰ।

মন্ত্ৰী ৰিহন দৈমাৰীয়ে মুকলি কৰিলে স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ অভিযান

গুৱাহাটী,27আগষ্টঃ জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মতিথি ২ অক্টোবৰ ২০১৯ৰ পূৰ্বে ঘৰে ঘৰে শৌচালয়, গাঁৱে গাঁৱে শৌচালয়ৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলিত শৌচমুক্ত দেশ গঢ়াৰ যি সংকল্প লৈছে ইয়াকে প্ৰাধান্য প্ৰদান কৰি অসমতো জাতিৰ পিতা মহাত্মা গান্ধীক শ্ৰদ্ধা জনাই জনস্বাস্থ্য কাৰিকৰী বিভাগে মুকলিত শৌচমুক্ত অসম গঢ়াৰ সংকল্প গ্ৰহণ কৰিছে। এই অভিযানৰ অন্তৰ্গত মঙলবাৰে নেডফি হাউচত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীয়ে মুকলি কৰে ২০১৯ বৰ্ষৰ স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ অভিযান।

মন্ত্ৰী ৰিহন দৈমাৰীয়ে মুকলি কৰিলে স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ অভিযান

এই অভিযানৰ জৰিয়তে ৰাজ্যৰ বিভিন্ন জিলা সমূহৰ লগতে গ্ৰাম্য অঞ্চলত পৰিষ্কাৰ পৰিচন্নতাক লৈ এক সুস্থ প্ৰতিযোগিতামূলক মনোভাৱ গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে। উল্লেখ্য যে ২০১৪ চনৰ পৰা ৰাজ্যত ৩২৬৬৯৪৭ টা শৌচালয় নিৰ্মান কৰা হৈছে।

Intro:নেডফি হাউচত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীয়ে মুকলি কৰিলে ২০১৯ বৰ্ষৰ স্বচ্ছ সৰ্বেশন গ্ৰামীণ অভিযান। অসমক মুকলিত শৌচমুক্ত কৰাৰ প্ৰয়াস জনস্বাস্থ্য কাৰিকৰী বিভাগৰ।

Body:জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মতিথি ২ অক্টোবৰ ২০১৯ৰ পূৰ্বে ঘৰে ঘৰে শৌচালয়, গাঁৱে গাঁৱে শৌচালয়ৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলিত শৌচমুক্ত দেশ গঢ়াৰ যি সংকল্প লৈছে ইয়াকে প্ৰাধান্য প্ৰদান কৰি অসমতো জাতিৰ পিতা মহাত্মা গান্ধীক শ্ৰদ্ধা জনাই জনস্বাস্থ্য কাৰিকৰী বিভাগে মুকলিত শৌচমুক্ত অসম গঢ়াৰ সংকল্প গ্ৰহণ কৰিছে। এই অভিযানৰ অন্তৰ্গত মঙলবাৰে নেডফি হাউচত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীয়ে মুকলি কৰে ২০১৯ বৰ্ষৰ স্বচ্ছ সৰ্বেশন গ্ৰামীণ অভিযান। এই অভিযানৰ জৰিয়তে গাঁৱে ভুৱে থকা অনাময় আৰু পৰিষ্কাৰ পৰিচন্নতাৰ অৱস্থাৰ ৰেংকিং প্ৰদান কৰিব পাৰি এটা বিশেষ এপ'ৰ জৰিয়তে।

বাইট : ৰিহন দৈমাৰী, মন্ত্ৰী, জনস্বাস্থ্য কাৰিকৰী বিভাগ

Conclusion:এই অভিযানৰ জৰিয়তে ৰাজ্যেৰ বিভিন্ন জিলা সমূহৰ লগতে গ্ৰাম্য অঞ্চলত পৰিষ্কাৰ পৰিচন্নতাকলৈ এক সুস্থ প্ৰতিযোগিতামূলক মনোভাৱ গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে। ২০১৪ চনৰ পৰা ৰাজ্যত ৩২৬৬৯৪৭টা শৌচালয় নিৰ্মান কৰা হৈছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.