ETV Bharat / state

ৰাজ্যত পুনৰ প্ৰশাসনিক বিভাগত ব্যাপক ৰদবদল

author img

By

Published : Jun 15, 2021, 7:45 PM IST

নতুন চৰকাৰখনে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছৰে পৰা ৰাজ্যৰ আৰক্ষী আৰু প্ৰশাসনত ব্যাপক সালসলনি কৰি থকা হৈছে । শেহতীয়াকৈ ৬৭ গৰাকী চক্ৰ বিষয়া (Circle Officer)ৰ ৰদবদল কৰিছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন ৰাজ্য চৰকাৰে।

reshuffle in administrative department again in the state
ৰাজ্যত পুনৰ প্ৰশাসনিক বিভাগত ব্যাপক ৰদবদল

গুৱাহাটী, ১৫ জুন : হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন চৰকাৰে শাসনৰ গাদীত বহাৰ লগে লগে ৰাজ্যত আৰম্ভ কৰিছিল বিভিন্ন বিভাগৰ ব্যাপক ৰদবদল ৷ বিগত মাহৰ পৰা ৰাজ্যত অব্যাহত আছে ৰদবদল প্ৰক্ৰিয়া ।

নতুন চৰকাৰখনে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছৰে পৰা ৰাজ্যৰ আৰক্ষী তথা প্ৰশাসনিক বিভাগত ব্যাপক সালসলনি কৰি থকা হৈছে । মঙলবাৰেও ৰাজ্যৰ চক্ৰ বিষয়াসকলৰ মাজত ব্যাপক ৰদবদল কৰা হয় ।

সেই অনুসৰি, তামুলপুৰৰ চক্ৰ বিষয়া ৰূপকমল ৰাভাক বিলাসীপাৰালৈ

বাক্সাৰ নিলোৎপল পাঠকক ধেমাজিৰ চিচিবৰগাঁৱলৈ

বৰপেটাৰ প্ৰাঞ্জল কুমাৰ দাসক বিশ্বনাথলৈ

বৰপেটাৰ বৰনগৰৰ পাৰ্থ প্ৰতিম খনিকৰক কাছাৰৰ উধাৰবন্দলৈ

বঙাইগাঁও বইটামাৰীৰ পল্লৱ জ্যোতি দাসক যোৰহাটলৈ

বঙাইগাঁৱৰ ডাংটলৰ সোণাশ্ৰী ব্ৰহ্মক ৰহালৈ বদলি কৰা হৈছে

একেদৰে, কাছাৰ জিলাৰ কাটিগৰা চক্ৰবিষয়া প্ৰাঞ্জিত কুমাৰ দেৱক বৰপেটাৰ চেঙালৈ

চৰাইদেউ সোনাৰীৰ প্ৰিয়াংশু ভৰদ্বাজক আজাৰালৈ

ডিব্ৰুগড় টেঙাখাটৰ মিনাৰ্ভা দেৱী আৰামবামক কলাইগাঁৱলৈ

মৰানৰ লুকুমনি বৰাক মৰিগাঁৱৰ ভূৰাগাঁৱলৈ

চাবুৱাৰ ঋতু পল্লৱ বৰুৱাক বৰপেটাৰ কলগাছিয়ালৈ

গোৱালপাৰাৰ বালিজানৰ ধ্ৰুৱজ্যোতি পাঠকক পলাশবাৰীলৈ

গোৱালপাৰা লখিপুৰৰ ৰিপন জ্যোতি নাথক চামগুৰিলৈ

গোলাঘাটৰ মৰঙিৰ ডেভিড কুমাৰ বৰাক হাইলাকান্দিলৈ

গোলাঘাটৰ সৰুপথাৰৰ সোণতৃষ্ণা ঘৰফলিয়াক বাক্সাৰ বৰমালৈ

হোজাইৰ ৰাহুল দলেক ঢকুৱাখনালৈ

হোজাইৰ ডবকাৰ টিংকুমনি বৰাক নলবাৰীলৈ

যোৰহাট জিলাৰ টিয়কৰ চক্ৰ লীনা কুমাৰীক ৰঙিয়ালৈ

উত্তৰ গুৱাহাটীৰ জীৱন কৃষ্ণ গোস্বামীক শিৱসাগৰলৈ

ৰঙিয়াৰ চন্দন বৰগোঁহাইক হোজাইলৈ

ছয়গাঁৱৰ জয়ন্ত বৰাক লখিমপুৰলৈ

বকোৰ দীপশিক্ষা শইকীয়াক নাহৰকটীয়ালৈ

কামৰূপ গৰৈমাৰীৰ বিমান দাসক মৰিগাঁৱৰ মায়ঙলৈ

কৰিমগঞ্জৰ বদৰপুৰৰ দেৱজ্যোতি গগৈক ছিপাঝাৰলৈ বদলি কৰা হৈছে

অনুৰূপ ধৰণে, চন্দ্ৰপুৰৰ ভাৰত কোঁৱৰক দিছপুৰলৈ

কৰিমগঞ্জৰ আৰ কে নগৰৰ ভন লাল লিমপুইয়াক নাজিৰালৈ

কোকৰাঝাৰৰ ৰাহুল ফুকনক দুধনৈলৈ

লখিমপুৰৰ কাদমৰ গোপাল শৰ্মাক গোলাঘাটলৈ

ঢকুৱাখনাৰ অপূৰ্ব নাথক ডিব্ৰুগড়লৈ

মৰিগাঁৱৰ ভূৰাগাঁৱৰ সংগীতা দেৱীক টিহুলৈ

চামুগুৰিৰ প্ৰাঞ্জল বৰুৱাক বৰপেটালৈ

কলিয়াবৰৰ অন্তৰা সেনক কৰিমগঞ্জলৈ

নলবাৰী সদৰৰ বনশ্ৰী ডেকাক মৰিগাঁৱলৈ

পশ্চিম নলবাৰীৰ চিন্ময় পাঠকক তিনিচুকীয়া সদৰলৈ

নাজিৰাৰ শান্তনু গগৈক ধুবুৰীৰ চাপৰলৈ

মাজবাটৰ চক্ৰ সূৰয সোণোৱালক কামৰুপৰ ছয়গাঁৱলৈ

কলাইগাঁৱৰ ৰুণাভ ৰামচিয়াৰিক বঙাইগাঁৱলৈ

অৰুপ চৌধুৰীক খৈৰাবাৰীলৈ

মিনাক্ষী পাৰ্মেক তিতাবৰলৈ

পশ্চিম যোৰহাটৰ উদয় শংকৰক বৰক্ষেত্ৰীলৈ

বঙাইগাঁৱৰ সহকাৰী আয়ুক্ত কবিতা ডেকাক ঢেকিয়াজুলীলৈ চক্ৰবিষয়া হিচাপে বদলি কৰা হৈছে

ইফালে, কামৰূপ জিলাৰ নিৰ্বাচনী বিষয়া ঝৰ্ণাজ্যোতি পাটগিৰিক ডিব্ৰুগড়ৰ চক্ৰবিষয়া হিচাপে বদলি কৰা হৈছে

বোকাজানৰ নিৰ্বাচনী বিষয়া তাহিৰ আলমক বদৰপুৰৰ চক্ৰবিষয়া বদলি কৰা হৈছে

জি এম চিৰ কালেক্টৰ নৱদীপ চাংমাইক ওদালগুৰিৰ চক্ৰবিষয়া বদলি কৰা হৈছে

মাজুলীৰ নিৰ্বাচনী বিষয়া কাকুমণি শইকীয়াক বজালীৰ চক্ৰ বিষয়া বদলি কৰা হৈছে

মাৰ্ঘেৰিটাৰ নিৰ্বাচনী বিষয়া ত্ৰিদীপ কুমাৰ কোঁৱৰক সৰ্থেবাৰীৰ চক্ৰবিষয়া হিচাপে বদলি কৰা হৈছে

একেদৰে, শিৱসাগৰৰ সহকাৰী আয়ুক্ত পংকজ বৰাক তেজপুৰৰ চক্ৰবিষয়া হিচাপে বদলি কৰা হৈছে

ধেমাজিৰ নিৰ্বাচনী বিষয়া স্বৰাজ ভাৰত লাগাচুক লাহৰিঘাটৰ চক্ৰবিষয়া বদলি কৰা হৈছে

যোৰহাটৰ সহকাৰী আয়ুক্ত দিম্পী গগৈক লাংকাৰ চক্ৰবিষয়া বদলি কৰা হৈছে

নাজিৰাৰ নিৰ্বাচনী আয়ুক্ত সুজাতা গগৈক নগাঁৱৰ কামপুৰৰ চক্ৰবিষয়া বদলি কৰা হৈছে

ৰঙিয়াৰ নিৰ্বাচনী বিষয়া হৃদয় কুমাৰ দাসক আলগাপুৰৰ চক্ৰবিষয়া বদলি কৰা হৈছে

উত্তৰ শালমাৰাৰ সহকাৰী আয়ুক্ত কৌস্তুভ কলিতাক টিংখাংৰ চক্ৰবিষয়া বদলি কৰা হৈছে

কামৰূপৰ নিৰ্বাচনী বিষয়া অপ্ৰতিম গোস্বামীক গোলোকগঞ্জৰ চক্ৰ বিষয়া হিচাপে বদলি কৰা হৈছে

উল্লেখ্য যে, ডিমা হাচাওৰ নিৰ্বাচনী বিষয়া হেমাংগ নবিছক সৰুপথাৰৰ চক্ৰবিষয়া হিচাপে বদলি কৰা হৈছে

গোসাইগাঁৱৰ নিৰ্বাচনী বিষয়া পৰিক্ষীত ফুকনক কমলপুৰৰ চক্ৰ বিষয়া বদলি কৰা হৈছে

তিনিচুকীয়াৰ নিৰ্বাচনী বিষয়া ৰশ্মী প্ৰতাপক উত্তৰ গুৱাহাটীৰ চক্ৰ বিষয়া বদলি কৰা হৈছে

লখিমপুৰৰ সহকাৰী আয়ুক্ত জিতুৰাজ গগৈক শিলচৰৰ চক্ৰ বিষয়া বদলি কৰা হৈছে

বোকাখাটৰ নিৰ্বাচনী বিষয়া নিতিশা বৰাক তামুলপুৰৰ চক্ৰ বিষয়া বদলি কৰা হৈছে

বোকাজানৰ সহকাৰী আয়ুক্ত দীপাংকৰ নাথক কাচাৰৰ সোণাইৰ চক্ৰবিষয়া বদলি কৰা হৈছে

যোৰহাটৰ সহকাৰী আয়ুক্ত সৌভিক ভূঞাক টিয়কৰ চক্ৰ বিষয়া বদলি কৰা হৈছে

তিতাবৰৰ সহকাৰী আয়ুক্ত পল্লৱ জ্যোতি নাথক সৃজনগ্ৰামৰ চক্ৰবিষয়া বদলি কৰা হৈছে

শিলচৰৰ সহকাৰী আয়ুক্ত মাৰিয়া টানিমক বিজনীৰ চক্ৰবিষয়া বদলি কৰা হৈছে

টিংখাংৰ চক্ৰবিষয়া ভাস্কৰ জ্যোতি বৰাক বাক্সাৰ চক্ৰ বিষয়া বদলি কৰা হৈছে

কৰিগঞ্জৰ সহকাৰী আয়ুক্ত সৌবিক দত্তক বোকাখাটৰ চক্ৰ বিষয়া বদলি কৰা হৈছে

মঙলদৈৰ সহকাৰী আয়ুক্ত কমলজীত শৰ্মাক বগৰীবাৰীৰ চক্ৰবিষয়া বদলি কৰা হৈছে

শিৱসাগৰৰ সহকাৰী আয়ুক্ত মনিসা কলিতাক নলবাৰীৰ ঘগ্ৰাপাৰৰ চক্ৰবিষয়া বদলি কৰা হৈছে

কলিয়াবৰৰ নিৰ্বাচনী বিষয়া বাৰ্বী হাজৰিকাক পশ্চিম নলবাৰীৰ চক্ৰবিষয়া হিচাপে বদলি কৰা হৈছে

লগতে পঢ়ক: গৰম বন্ধ শেষ হ'ল যদিও নোখোলে বিদ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.