ETV Bharat / state

‌বিশিষ্ট সাংবাদিক-চিন্তাবিদ নিত্য বৰা চিকিৎসাধীন

বিশিষ্ট চিন্তাবিদ, সাংবাদিক নিত্য বৰা অসুস্থ । "অসমীয়া প্ৰতিদিন" কাকতৰ প্ৰাক্তন সম্পাদক গৰাকী যকৃতজনিত ৰোগত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে ৷ বিশিষ্ট সাংবাদিক গৰাকীৰ শৰীৰত ক'ভিডৰ সংক্ৰমণ ধৰা পৰা নাই বুলি জানিবলৈ দিছে চিকিৎসালয় সুত্ৰই ৷

author img

By

Published : May 1, 2021, 6:24 PM IST

‌বিশিষ্ট সাংবাদিক-চিন্তাবিদ নিত্য বৰা চিকিৎসাধীন
‌বিশিষ্ট সাংবাদিক-চিন্তাবিদ নিত্য বৰা চিকিৎসাধীন

গুৱাহাটী, ১ মে': বিশিষ্ট চিন্তাবিদ, সাংবাদিক, "অসমীয়া প্ৰতিদিন" কাকতৰ প্ৰাক্তন সম্পাদক নিত্য বৰা অসুস্থ । যকৃতজনিত ৰোগত আক্ৰান্ত হোৱা বিশিষ্ট সাংবাদিকগৰাকী সম্প্ৰতি গুৱাহাটীৰ স্বাগত হাস্পতালত চিকিৎসাধীন হৈ আছে ।

অৱশ্যে এই পৰ্যন্ত বিশিষ্ট সাংবাদিক গৰাকীৰ শৰীৰত ক'ভিডৰ সংক্ৰমণ ধৰা পৰা নাই বুলি চিকিৎসালয়ৰ সুত্ৰই প্ৰকাশ কৰিছে । ইতিমধ্যে এন্টিজেন টেষ্টৰ ফলাফল নিগেটিভ পোৱা গৈছে । জানিব পৰা মতে অতি সোনকালে বিশিষ্ট সাংবাদিক গৰাকীৰ আৰ টি পি চি আৰ টেষ্ট সম্পন্ন কৰা হ’ব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.