ETV Bharat / state

প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন, বৃদ্ধাৰ মাজত ফলমূল বিতৰণ ৰঞ্জিত দাসৰ - পাথৰ কুৱেৰী

মহানগৰীৰ পাথৰ কুৱেৰীস্থিত আমাৰ ঘৰৰ বৃদ্ধা আবাসত ফলমূল বিতৰণ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ৷ ৰঞ্জিত দাসৰ লগত উপস্থিত থাকে বিজেপিৰ যুৱ মৰ্চা আৰু জিলা সমিতিৰ কৰ্মকৰ্তা সকল । প্ৰধানমন্ত্ৰীক মোদীক আৰ্শীবাদ কৰাৰ লগতে দীৰ্ঘায়ু কামনা কৰিলে বয়োজ্যেষ্ঠ আইতা সকলে ।

বৃদ্ধাৰ মাজত ফলমূল বিতৰণ ৰঞ্জিত দাসৰ
author img

By

Published : Sep 17, 2019, 11:17 PM IST

গুৱাহাটী, 17 চেপ্তেম্বৰ : মঙলবাৰে মহানগৰীৰ পাথৰকুৱেৰীস্থিত আমাৰ ঘৰৰ বৃদ্ধা আবাসত উপস্থিত হয় ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস ৷ প্ৰধানমন্ত্ৰী মোদীৰ ৬৯ সংখ্যক জন্মদিন উপলক্ষে ভাৰতীয় জনতা যুৱ মৰ্চা আৰু গুৱাহাটী মহানগৰ জিলা সমিতিৰ উদ্যোগত বৃদ্ধা সকলৰ মাজত ফলমূল বিতৰণ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে ৷ ৰঞ্জিত দাসৰ লগত উপস্থিত থাকে বিজেপিৰ যুৱ মৰ্চা আৰু জিলা সমিতিৰ কৰ্মকৰ্তা সকল ।

বৃদ্ধা আশ্ৰমত ৰঞ্জিত দাস

ইপিনে, এই ব্যতিক্ৰমী কাৰ্যসূচীত অংশ লয় উৎফুল্লিত হোৱা পৰিলক্ষিত বৃদ্ধা আশ্ৰমৰ আবাসী সকল ৷ প্ৰধানমন্ত্ৰীক মোদীক আৰ্শীবাদ কৰাৰ লগতে দীৰ্ঘায়ু কামনা কৰিলে আইতা সকলে ।

Intro:প্ৰধান মন্ত্ৰীৰ ৬৯ সংখ্যক জন্ম দিন উপলক্ষে ভাৰতীয় জনতা যুৱ মৰ্চা আৰু গুৱাহাটী মহানগৰ জিলা সমিতিৰ উদ্যোগত গুৱাহাটীৰ পাথৰ কুৱেৰী স্থিত আমাৰ ঘৰৰ বৃদ্ধ আবাসীৰ মাজত বিতৰণ কৰা হয় ফলমূল ।Body:এই ফলমূল বিতৰণ কাৰ্য্যসূচীত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ লগতে বিজেপিৰ যুৱ মৰ্চা আৰু জিলা সমিতিৰ কৰ্মকৰ্তা।প্ৰধান মন্ত্ৰীৰ ৬৯ সংখ্যক জন্ম দিনৰ এই ব্যতিক্ৰমী কাৰ্যসূচীত অংশ লয় উৎফুল্লিত বৃদ্ধা আশ্ৰমৰ আবাসী সকলে।Conclusion:আৰু এই দিনটোতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দীৰ্ঘায়ু কামনা কৰিলে বয়োজ্যেষ্ঠ আইতা সকলে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.