ETV Bharat / state

জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বিহু উৰুৱা উৎসৱ - assam news

চেনেহৰ ৰঙালীৰ অন্তিমটো দিন উদযাপন কৰিবলৈ উলহ-মালহেৰে আগবাঢ়ি আহিছে প্ৰতিগৰাকী অসমীয়া ৷

আজি সাত বিহু !
author img

By

Published : Apr 20, 2019, 5:21 PM IST

গুৱাহাটী, 20 এপ্ৰিল : সাত বিহু উপলক্ষে নাৰেংগীত উদযাপন 'বিহু উৰুৱা উৎসৱ'৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত আয়োজন কৰা হৈছে বিহু উৰুৱা উৎসৱ ৷

আজি সাত বিহু !

নাৰেংগী উন্নয়ন সমিতিৰ খেল পথাৰত অনুষ্ঠিত হোৱা বিহু কাৰ্যসূচীত পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পন অনুষ্ঠানৰ পিছতে উলিওৱা হয় এক সাংস্কৃতিক শোভাযাত্ৰা ৷ বাৰেৰহনীয়া এই শোভাযাত্ৰাত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পলাশ চাংমাই সহ অন্য বিষয়ববীয়াৰ লগতে অঞ্চলটোৰ বিভিন্ন লোকে অংশগ্ৰহণ কৰে ৷ বিহু থলীত নিশা অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰিব জনপ্ৰিয় কণ্ঠশিল্পী তৰালী শৰ্মাই ৷

Intro:আজি সাত বিহু ।চেনেহৰ বিহুটিৰ আজি সাত বিহুৰ অন্তিম দিন ।সেই উপলক্ষে নাৰেংগীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত নাৰেংগী উন্নয়ন সমিতিৰ খেল পথাৰত অনুষ্ঠিত হয় "বিহু উৰুৱা উৎসব"।পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পন অনুষ্ঠানৰ পিছতে উলিওৱা হয় এক সাংস্কৃতিক শোভাযাত্ৰা ।বাৰেৰহনীয়া এই শোভাযাত্ৰাত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পলাশ চাংমাই সহ অন্য বিষয় ববীয়াৰ লগতে অঞ্চলটোৰ জাতি জনগোষ্ঠীৰ সাংস্কৃতিক দল,স্থানীয় ৰাইজে অংশ লয় ।নিশা অনুষ্ঠিত হবলগা সাংস্কৃতিক সন্ধিয়াত গীত পৰিবেশন কৰিব তৰালী শৰ্মাৰ লগতে বিভিন্ন।শিল্পী সকলে ।লগতে অনুষ্ঠানত হাহিৰ খোৰাক যোগাব চাজু আৰু গৌৰাংগ ই ।

Body:লিপিকা ডেকা

Conclusion:গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.