ETV Bharat / state

নাৰেংগীত তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন ৰঙালী বিহু - Bohag Bihu

ৰাজ্যজুৰি আজি উদযাপন কৰা হৈছে মানুহ বিহু ৷ বিহুক লৈ সমগ্ৰ ৰাজ্যতে দেখা গৈছে পাৰভঙা উচাহ ৷

নাৰেংগীত তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন ৰঙালী বিহু
author img

By

Published : Apr 15, 2019, 2:19 PM IST

নাৰেংগী, 15 এপ্ৰিলঃ আজি মানুহ বিহু । ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে বিহু হুঁচৰিৰ পৰা সাংস্কৃতিক অনুষ্ঠানলৈকে ৰাজ্যবাসীৰ মাজত দেখিবলৈ পোৱা গৈছে পাৰভঙা উচাহ ।

নাৰেংগীত তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন ৰঙালী বিহু

মহানগৰীৰ বিভিন্ন প্ৰান্ততো ৰঙালীৰ পাৰভঙা উচাহ দেখিবলৈ পোৱা গৈছে । নাৰেংগী আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ উদ্যোগটো নাৰেংগীত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে ৰঙালী বিহুৰ অনুষ্ঠান ।

সোমবাৰে ৰাতিপুৱা গনেশ পূজাৰে আৰম্ভ হোৱা বিহুৰ অনুষ্ঠানত বিহু দলে নৃত্য প্ৰদৰ্শন কৰাৰ লগতে এক শোভাযাত্ৰা উলিওৱা হয় । 46 বৰ্ষত ভৰি দিয়া বিহুৰ অনুষ্ঠানত বিভিন্ন খেল ধেমালি, সাংস্কৃতিক অনুষ্ঠানৰ লগতে বিভিন্ন সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত হ'ব বুলি জনাইছে উদ্যোক্তাই । তিনিওটা দিনতে আমন্ত্ৰিত শিল্পীৰ সাংস্কৃতিক অনুষ্ঠানৰ লগতে বিহু হুঁচৰি আদি প্ৰদৰ্শণ হ'ব বুলি প্ৰকাশ কৰিছে উদযাপন কমিটিয়ে ।

Intro:আজি মানুহ বিহু।ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ বিহুৰ পাৰভঙা উচাহ ।বিহু হুঁচৰিৰ পৰা সাংস্কৃতিক অনুষ্ঠানলৈ বৈধৌত ৰাজ্য ।মহানগৰীৰ বিভিন্ন প্ৰান্ততো ৰঙালীৰ পাৰভঙা হেপাঁহ ।নাৰেংগী আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ উদ্যোগতো নাৰেংগীত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে ৰঙালী বিহু ৰ অনুষ্ঠান ।পুৱা গনেশ মন্দিৰৰ পূজাৰে আৰম্ভ হোৱা বিহুৰ অনুষ্ঠানত বিহু দলৰ নৃত্য প্ৰদৰ্শন ৰ লগতে অন্যান্য অনুষ্ঠান অনুষ্ঠিত হয়,লগতে এক শোভাযাত্ৰা উলিওৱা হয় । ৪৬ সংখ্যক বৰ্ষত ভৰি দিয়া বিহুৰ অনুষ্ঠানত বিভিন্ন খেল ধেমালি,সাংস্কৃতিক অনুষ্ঠানৰ প্ৰতিযোগিতা অনুষ্ঠিত হব ।তিনিওটা দিনতে নিশা অনুষ্ঠিত হব আমন্ত্ৰিত শিল্পীৰ সাংস্কৃতিক অনুষ্ঠানৰ লগতে দল বিহু, বিহু হুঁচৰি আদিও ।

Body:লিপিকা ডেকা

Conclusion:গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.