ETV Bharat / state

প্ৰতিকূল বতৰৰ বাবে বাতিল ৰে'ল সেৱা - গুৱাহাটী ৰে'ল ষ্টেচন

হাঁহাকাৰ পৰিস্থিতি গুৱাহাটী ৰে'ল ষ্টেচনত । ফেণী ঘূৰ্ণী বতাহৰ ফলত ২০ খন কৈ ৰে'ল সেৱা বাতিল ।

প্ৰতিকূল বতৰৰ বাবে বাতিল ৰে'ল সেৱা
author img

By

Published : May 3, 2019, 11:27 PM IST

গুৱাহাটী, ৩ মে': হাঁহাকাৰ পৰিস্থিতি গুৱাহাটী ৰে'ল ষ্টেচনত । ফেণী ধুমুহাৰ আগজাননীক লৈ বতৰ বিজ্ঞানে কৰা সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমানলৈকে শুকুৰবাৰে 20 খন ৰে'ল বাতিল কৰা হয় বুলি জানিবলৈ দিয়ে ৰে'ল কৰ্তৃপক্ষই ।

প্ৰতিকূল বতৰৰ বাবে বাতিল ৰে'ল সেৱা

ইয়াৰে অসমৰ পৰা বাহিৰলৈ যাব লগা 10 খন আৰু বহিঃৰাজ্যৰ পৰা অহা 10 খন ৰে'ল বাতিল হোৱাৰ ফলত হাঁহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে যাত্ৰীৰ মাজত । ৰে'ল কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে দক্ষিণ ভাৰতলৈ যোৱা সকলো ৰে'ল 7 তাৰিখলৈ বাতিল কৰা হৈছে বুলি জানিবলৈ দিয়ে । বৰ্তমানলৈ কলকাতা আৰু দিল্লীলৈ যোৱা বা অহা ৰে'ল সমূহ বাতিল কৰা হোৱা নাই বুলি জনায় । যদিও পৰিস্থিতি অনুকূল হৈ তেন্তে কলকাতা অথবা দিল্লী লৈ যোৱা ৰে'ল সমূহো বাতিল কৰাৰ সম্ভাৱনা আছে ।

Intro:প্ৰতিকূল বতৰৰ বাবে ৰেল বাতিল কৰাক লৈ হাঁহাকাৰ এতিয়া গুৱাহাটী ৰেল ষ্টেচনত। ফণী ধুমুহাৰ আগজাননী ক লৈ বতৰ বিজ্ঞানে কৰা সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমানলৈকে আজি 20 খন ৰেল বাতিল কৰা হৈছে বুলি জানিবলৈ দিলে ৰেল কৰ্তৃপক্ষই। অসমৰ পৰা বাহিৰলৈ যাব লগা 10খন আৰু বহি ৰাজ্যৰ পৰা আহিব লগা 10 খন মুঠ 20 খন ৰেল বাতিল হোৱাৰ ফলত হাঁহাকাৰ অৱস্থা যাত্ৰী সকলৰ মাজত। এনেদৰে ষ্টেচনৰ আশে পাশে এতিয়া যাত্ৰী সকলে কৰিব লগা হৈছে অপেক্ষা।

Body:ৰেল কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে দাক্ষিণাত্যলৈ থকা সকলো বিলাক ৰেল 7 তাৰিখলৈ বাতিল কৰা হৈছে । বৰ্তমানলৈ কলিকতা আৰু দিল্লীলৈ যোৱা বা অহা ট্ৰেইন এতিয়ালৈ বাতিল কৰা হোৱা নাই যদিও বতৰৰ ওপৰত নিৰ্ভৰ কৰি কলিকতা অথবা দিল্লী লৈ যোৱা ট্ৰেইন সমূহো বাতিল কৰাৰ সম্ভাৱনা আছে।

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.