ETV Bharat / state

আজি কুইন ওজাই দাখিল কৰিব মনোনয়ন

author img

By

Published : Apr 1, 2019, 11:21 AM IST

কুইন ওজাৰ জয়ৰ সংকল্পৰে মহানগৰীৰ সোণাৰাম খেলপথাৰৰ পৰা সোমবাৰে বিজেপিৰ সমৰ্থসকলে উলিয়াই এক বৃহৎ বাইক ৰেলী ৷

etv bharat

গুৱাহাটী, 1 এপ্ৰিলঃ সোমবাৰে মনোনয়ন দাখিল কৰিব গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজাই ৷ কিছুসময়ৰ পাচতেই আমিনগাঁও কামৰূপ গ্ৰাম্য জিলা উপাযুক্তৰ কাৰ্যালয়ত বিজেপি প্ৰাৰ্থীগৰাকীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ ৷

queen ojah

কুইন ওজাৰ জয়ৰ সংকল্পৰে মহানগৰীৰ সোণাৰাম খেলপথাৰৰ পৰা সোমবাৰে বিজেপিৰ সমৰ্থসকলে উলিয়াই এক বৃহৎ বাইক ৰেলী ৷ বিজেপি জিন্দাবাদ, নৰেন্দ্ৰ মোডী জয় ধ্বনিৰে বিজেপিৰ যুৱ মঞ্চই উলিয়াই এই বাইক ৰেলী ৷

Intro:৭নং গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজাই কিছুসময় পিছতে আমিনগাঁও কামৰূপ গ্ৰাম্য জিলা উপাযুক্তৰ কাৰ্যালয়ত দাখিল কৰিব মনোনয়ন পত্ৰ। কুইন ওজাৰ বৃহৎ জয়ৰ সংকল্পৰে মহানগৰীৰ সোণাৰাম খেলপথাৰৰ পৰা উলিওৱা হয় বাইক ৰেলী।

Body:বিজেপি যুৱ মৰ্চাই কামৰূপ গ্ৰাম্য জিলাৰ পৰা উলিয়াই এই ৰেলী। সকলোৰে দাবী আকৌ এবাৰ হ'ব মোডী চৰকাৰ।

Conclusion:HIRUL HAQUE I GUWAHATI
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.