ETV Bharat / state

আন্দোলনক বিপথে পৰিচালিত কৰিবলৈ চৰকাৰী পৃষ্ঠপোষকতাত হিংসাত্মক কাৰ্য : ৰিপুণ বৰা

author img

By

Published : Dec 19, 2019, 6:05 PM IST

মহানগৰীৰ জালুকবাৰীত "সংশোধিত নাগৰিকত্ব আইন"ৰ বিৰুদ্ধে ৰূপায়ন অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷ উপস্থিত থাকে কংগ্ৰেছৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা ৷

চৰকাৰী পৃষ্ঠপোষকতাত হিংসাত্মক কাৰ্য
চৰকাৰী পৃষ্ঠপোষকতাত হিংসাত্মক কাৰ্য

গুৱাহাটী, 19 ডিচেম্বৰ: ৰাজ্যজুৰি অব্যাহত আছে সংশোধিত নাগৰিকত্ব আইন বিৰোধী প্ৰতিবাদ ৷ সমান্তৰালভাৱে প্ৰতিবাদৰ ধ্বনি শুনিবলৈ পোৱা গ'ল মহানগৰীৰ জালুকবাৰীত ৷ এই আইনখনৰ বিৰুদ্ধে ৰূপায়ন কৰা এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত উপস্থিত থাকে কেইবাগৰাকীও কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৷

মহানগৰীৰ জালুকবাৰীত অৱস্থান ধৰ্মঘট

প্ৰতিবাদৰ জৰিয়তে সংশোধিত নাগৰিকত্ব আইন প্ৰত্যাহাৰ কৰাৰ দাবী সকলোৰে ৷ সভাত উপস্থিত থাকি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ মন্তব্য, এই আইন বাতিল নকৰালৈ কংগ্ৰেছ দল ক্ষান্ত নাথাকে আৰু তেওঁলোকে এক দীৰ্ঘদিনীয়া আন্দোলন চলাই নিব ৷ বিজেপি আৰু আৰ.এছ.এছ কৰ্মী আন্দোলনৰ মাজত সোমাই কালিমা সানিবলৈ আৰু আন্দোলনক বিপথে পৰিচালিত কৰিবলৈ চৰকাৰী পৃষ্ঠপোষকতাত হিংসাত্মক কাৰ্য সংঘটিত কৰিছে ৷

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ মন্তব্য

এই বিষয়ত মতপোষণ কৰে সাংসদ গৌৰৱ গগৈয়েও ৷ তেওঁ কয় যে, অসমীয়া ৰাইজৰ আৱেগ ইমান শক্তিশালী যে কোনো বিজেপিৰ ৰাজনৈতিক কৌশলৰ পৰা হাৰ নামানো,কা আমি নামানো ৷ হিংসাত্মক কাৰ্যৰ বাবে কংগ্ৰেছ জড়িত নহয় বুলিও মন্তব্য সাংসদ গৰাকীৰ ৷

সাংসদ গৌৰৱ গগৈ

তাৰোপৰি এই ধৰ্মঘট কাৰ্যসূচীত উপস্থিত থাকে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক হৰিশ ৰাৱাট ৷ তেওঁ কা সন্দৰ্ভত কয় যে, কংগ্ৰেছে সদায় ৰাইজৰ লগত থাকি যুঁজি যাব ৷ তেওঁলোকে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ জনতাৰ আৱেগ বুজি কেবৰ বিৰোধিতা কৰি তাক এবছৰলৈ গৃহীত হ'বলৈ দিয়া নাছিল ৷ বিজেপি অসমৰ লোকৰ আৱেগ তথা সাংস্কৃতিৰ বিপক্ষত আছে ৷

নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক হৰিশ ৰাৱাটৰ মন্তব্য

লগতে পঢ়ক: এককালীন সাহায্য সন্দৰ্ভত শিল্পীসমাজৰ মন্তব্য

Intro:আজি ৰাজ্যজুৰি কংগ্ৰেছে সংশোধিত নাগৰিকত্ব আইন, ২০১৯ৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ। মহানগৰীৰ জালুকবাৰীত অনুষ্ঠিত কংগ্ৰেছৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচীত উপস্থিত থাকে কংগ্ৰেছৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা। এই প্ৰতিবাদৰ জৰিয়তে কা' প্ৰত্যাহাৰ কৰাৰ দাবী জনাই সকলোৱে। বিজেপিয়ে অসমীয়াৰ আন্দোলনক বিপথে পৰিচালিত কৰিবলৈ ইয়াক সাম্প্ৰদায়িক ৰূপ দিবলৈ বিচাৰিছে বুলি উল্লেখ কৰে কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। আন্দোলনক উজনি নামনি কৰি তাচ্ছিল্য কৰাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই বৰাই। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজেই নামনি অসমৰ হৈও এনেকৈ মানুহক উপলুঙা কৰা কাৰ্যক ক্ষুৰধাৰ সমালোচনা কৰে কংগ্ৰেছৰ সভাপতিগৰাৰীয়ে। ইফালে হিংসাত্মক কাৰ্যৰ বাবে কংগ্ৰেছ জড়িত নহয় বুলি মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে। তাৰোপৰি কংগ্ৰেছে ৰাইজ লগত থাকি সদায়ে যুজি যাব বুলি কয় নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক হৰিশ ৰাৱাটে। Body:Guwahati Conclusion:Hirul Haque
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.