ETV Bharat / state

দিছপুৰ প্ৰেছ ক্লাৱত সাহসী শীৰ্ষক বঁটা প্ৰদান অনুষ্ঠান

সাহসী নামৰ সংস্থাটোৱে প্ৰতিবছৰে অনুষ্ঠিত কৰি আহিছে এই বঁটা প্ৰদান অনুষ্ঠান ৷ সাহিত্য,সংস্কৃতি আৰু সমাজৰ লগত জড়িত বিশিষ্ট ব্যক্তিসকলক এইদৰে বঁটাৰে সন্মানিত কৰি আহিছে সংস্থাটোৱে ৷

দিছপুৰ প্ৰেছ ক্লাৱত সাহসী শীৰ্ষক বঁটা প্ৰদান অনুষ্ঠান
author img

By

Published : May 9, 2019, 10:44 PM IST

গুৱাহাটী, 9 মেঃ প্ৰতিবছৰৰ দৰেই এই বৰ্ষও ৰাজ্যৰ সাহিত্য, সংস্কৃতি আৰু সমাজৰ সৈতে জড়িত থকা বহুকেইগৰাকী বিশিষ্ট ব্যক্তিক প্ৰদান কৰা হয় সাহসী শীৰ্ষক বঁটা ৷ অসমৰ আগশাৰীৰ অনুষ্ঠান সাহসীয়ে প্ৰতিবছৰে এইদৰে প্ৰদান কৰি আহিছে এই বঁটা ৷

দিছপুৰ প্ৰেছ ক্লাৱত সাহসী শীৰ্ষক বঁটা প্ৰদান অনুষ্ঠান

বৃহস্পতিবাৰে মহানগৰীৰ দিছপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত ৰাজ্যৰ কেবাগৰাকীও বিশিষ্ট ব্যক্তিক প্ৰদান কৰা হয় চলিত বৰ্ষৰ সাহসী বঁটা ৷ আৰক্ষী বিষয়া মুকুল শইকীয়া,সাংবাদিক চক্ৰপানী পৰাশৰ,অতিৰিক্ত আৰক্ষী বিষয়া পূৰবী মজুমদাৰ,যান-বাহন শাখাৰ আৰক্ষী কনিষ্টবল মিথুন দাসৰ লগতে কেইবাগৰাকীও ব্যক্তিক এইবেলি প্ৰদান কৰা হয় ২০১৯ৰ সাহসী বঁটা।

Intro:মহানগৰীৰ দিছ্পুৰ প্ৰেছ ক্লাৱত সাহসী শীৰ্ষক বঁটা প্ৰদান অনুষ্ঠান । প্ৰতিবছৰৰ দৰে এই বৰ্ষও সাহিত্য,সংস্কৃতি আৰু সমাজৰ লগত জড়িত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক প্ৰদান কৰা হল সাহসী বঁটা। আৰক্ষী বিষয়া মুকুল শইকীয়া, সাংবাদিক চক্ৰ পানী পৰাশৰ,অতিৰিক্ত আৰক্ষী বিষয়া পূৰবী মজুমদাৰ, যান-বাহন আৰক্ষী মিথুন দাসৰ লগতে কেইবাগৰাকীও ব্যক্তিক প্ৰদান কৰা হল ২০১৯ৰ সাহসী বঁটা। নাৰী শক্তিক আগুৱাই নিয়াৰ বাবে গঠন হোৱা এই সাহসী নামৰ সন্থাটোৰ মূল উদ্দেশ্য হৈছে সমাজৰ মহিলা সকলক পুৰুষৰ সমানেই আগুৱাই যোৱাত অনুপ্ৰেৰণিত কৰাৰ লগতে নিৰ্যাতিত,অৱহেলিত মহিলা সকলক তেওঁলোকৰ অধিকাৰ পোৱাৰ ক্ষেত্ৰত সংস্থাটোৱে সদায় থিয় দি আহিছে।

Body:মহানগৰীৰ দিছ্পুৰ প্ৰেছ ক্লাৱত সাহসী শীৰ্ষক বঁটা প্ৰদান অনুষ্ঠান । প্ৰতিবছৰৰ দৰে এই বৰ্ষও সাহিত্য,সংস্কৃতি আৰু সমাজৰ লগত জড়িত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক প্ৰদান কৰা হল সাহসী বঁটা। আৰক্ষী বিষয়া মুকুল শইকীয়া, সাংবাদিক চক্ৰ পানী পৰাশৰ,অতিৰিক্ত আৰক্ষী বিষয়া পূৰবী মজুমদাৰ, যান-বাহন আৰক্ষী মিথুন দাসৰ লগতে কেইবাগৰাকীও ব্যক্তিক প্ৰদান কৰা হল ২০১৯ৰ সাহসী বঁটা। নাৰী শক্তিক আগুৱাই নিয়াৰ বাবে গঠন হোৱা এই সাহসী নামৰ সন্থাটোৰ মূল উদ্দেশ্য হৈছে সমাজৰ মহিলা সকলক পুৰুষৰ সমানেই আগুৱাই যোৱাত অনুপ্ৰেৰণিত কৰাৰ লগতে নিৰ্যাতিত,অৱহেলিত মহিলা সকলক তেওঁলোকৰ অধিকাৰ পোৱাৰ ক্ষেত্ৰত সংস্থাটোৱে সদায় থিয় দি আহিছে।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.