ETV Bharat / state

' ২০১৯-২০ বৰ্ষৰ বিত্তীয় বাজেট প্ৰতিশ্ৰুতিৰ ফুলজাৰি মৰা বাজেট' - ভাৰত ছাত্ৰ ফেডাৰেচন - গুৱাহাটী প্ৰেছ ক্লাব

বুধবাৰে ২০১৯ -২০ বৰ্ষৰ ঘোষণা কৰা বাজেটক সমালোচনা ভাৰতৰ ছাত্ৰ ফেডাৰেছনৰ

ভাৰত ছাত্ৰ ফেডাৰেচন
author img

By

Published : Feb 7, 2019, 6:19 PM IST

গুৱাহাটী, ৭ ফেব্ৰুৱাৰীঃ বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল অনুষ্ঠিত কৰি বাজেটক তীব্ৰ সমালোচনা ভাৰতৰ ছাত্ৰ ফেডাৰেছনৰ । সংবাদমেলত যোৱা বৰ্ষৰ বিত্তীয় বাজেটৰ দিয়া প্ৰতিশ্ৰুতিৰ ২৫ শতাংশও কাম কাৰ্যকৰী নহ'ল বুলি অভিযোগ তোলে সংগঠনটোৱে ।

ভাৰত ছাত্ৰ ফেডাৰেচন
লগতে যোৱা বছৰ বাজেটত যি দৰে শিক্ষানুষ্ঠান প্ৰতিষ্ঠানৰ কথা কোৱা হৈছিল এইবাৰৰ বাজেটত তেনে কোনো ঘোষণা কৰা নহ'ল বুলি আক্ষেপ প্ৰকাশ কৰিলে সংগঠনটোৱে ।
undefined

আনহাতে যোৱা বৰ্ষৰ বহু প্ৰতিশ্ৰুতি পূৰণ কৰাত চৰকাৰ চূড়ান্ত ব্যৰ্থ বুলি উল্লেখ কৰি এইখন বাজেট সংখ্য়া লঘু বিৰোধী বাজেট বুলিও মন্তব্য় কৰে সংগঠনটোৰ নেতৃবৃন্দই । যোৱা বৰ্ষত বাজেটত সংখ্যালঘু ছাত্ৰী সকলৰ বাবে জলপানিৰ ব্যৱস্থা ,সংখ্যা লঘু অঞ্চলত নতুন কলেজ নিৰ্মাণ আদি ঘোষণা কৰিছিল যদিও আজিলৈ ৰূপায়িত নকৰিলে বুলি অভিযোগ তোলে । লগতে চৰকাৰ খনে ইচ্ছাকৃত ভাৱে ছেবা ধ্বংস কৰিব বিচাৰিছে বুলিও গুৰুতৰ অভিযোগ তুলি ছেবাৰ উন্নতি কৰণৰ বাবে গঠন কৰা কমিটিয়ে যি সমূহ পৰামৰ্শ দিছিল সেই সমূহো আজি পৰ্যন্ত কাৰ্যকৰী নকিৰলে প্ৰকাশ কৰে ।

Intro:গুৱাহাটী প্ৰেছ ক্লাবত ভাৰতৰ ছাত্ৰ ফেডাৰেচন (SFI) ৰ সংবাদমেল ।

Body:বুধবাৰে ২০১৯ -২০ বৰ্ষৰ ঘোষণা কৰা বাজেটক প্ৰতিশ্ৰুতি ৰ ফুলজাৰি মৰা বাজেট বুলি সমালোচনা কৰিলে ভাৰতৰ ছাত্ৰ ফেডাৰেছনে ।বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেলত এই বৰ্ষৰ বাজেট কিমান কাৰ্যকৰী হব তাক লৈ সন্দেহ প্ৰকাশ কৰে সংগঠনটোৱে অভিযোগ কৰে যে যোৱা বিত্তীয় বৰ্ষৰ বাজেটৰ দিয়া প্ৰতিশ্ৰুতি ২৫% কামো কাৰ্যকৰী নহল ।লগতে তেওঁ লোকে কয় যে যোৱা বছৰ বাজেটত যি দৰে শিক্ষানুষ্ঠান প্ৰতিষ্ঠানৰ কথা কোৱা হৈছিল এইবাৰৰ বাজেটত তেনে কোনো ঘোষণা নহল বুলি আক্ষেপ প্ৰকাশ কৰিলে সংগঠনটোৱে ।কাৰন যোৱাবাৰ দিয়া প্ৰতিশ্ৰুতি সমূহ পূৰন কৰাত চৰকাৰ চূড়ান্ত ভাৱে ব্যৰ্থ হৈছে ।আনহাতে যোৱাবাৰ বাজেটত সংখ্যালঘু ছাত্ৰী সকলৰ বাবে জলপানিৰ ব্যৱস্থা ,সংখ্যা লঘু অঞ্চলত নতুন কলেজ নিৰ্মাণ আদি ঘোষণা কৰিছিল যদিও আজিলৈ ৰূপায়িত নহল ‌।এইবাৰ পুনৰ সেই একেটাই প্ৰতিশ্ৰুতি যোৱা বাজেটকৈয়ো কম টকা ধাৰ্য কৰি ঘোষণা কৰা হৈছে ।ইয়ে চৰকাৰ খনৰ সংখ্যা লঘু বিৰোধী চৰিত্ৰ কে উদঙাই দিছে । লগতে চৰকাৰে ইচ্ছা কৃত ভাৱে ছেবা ধ্বংস কৰিব বিচাৰিছে বুলিও অভিযোগ তুলিলে আজিৰ সংবাদমেলত ।ছেবাৰ উন্নতি কৰনৰ বাবে গঠন।কৰা কমিটিয়ে যি সমূহ পৰামৰ্শ দিছিল সেই সমূহো আজি পৰ্যন্ত নহল বুলি অভিযোগ তোলে তেওঁ লোকে ।

Conclusion:লিপিকা ডেকা ।গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.