ETV Bharat / state

ডঃ দেবেন দত্তৰ হত্যাকাণ্ডক তীব্ৰ গৰিহণা পীয়ুষ হাজৰিকাৰ - ইণ্ডিয়ান মেডিকেল এছোচিয়েচন

বৃহস্পতিবাৰে দিছপুৰস্থিত মন্ত্ৰী আৱাসগৃহত ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকাই চিকিৎসক দেবেন দত্তৰ হত্যাকাণ্ড প্ৰসংগত এক সংবাদমেল সম্বোধন কৰি তীব্ৰ গৰিহণা দিয়ে এই ঘটনাক ৷

ডঃ দেবেন দত্তৰ হত্যাকাণ্ডক তীব্ৰ গৰিহনা পিয়ুষ হাজৰিকাৰ
author img

By

Published : Sep 5, 2019, 3:09 PM IST

Updated : Sep 9, 2019, 2:41 PM IST

গুৱাহাটী, 5 চেপ্টেম্বৰঃ "ডঃ দেবেন দত্তৰ হত্যাকাণ্ডৰ লগত জড়িত দোষীয়ে যাতে শাস্তি পাই তাৰ বাবে ৰাজ্য চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে"৷ বৃহস্পতিবাৰে দিছপুৰস্থিত মন্ত্ৰী আৱাসগৃহত ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকাই চিকিৎসক দেৱেন দত্তৰ হত্যাকাণ্ড প্ৰসংগত এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে ৷

Press meet of Piyush Hazarika at Dispur
ডঃ দেবেন দত্তৰ হত্যাকাণ্ডক তীব্ৰ গৰিহনা পিয়ুষ হাজৰিকাৰ

এই সংবাদমেলত তেওঁ কয় যে ইতিমধ্যে মুখ্যমন্ত্ৰী সোণোৱালে দেৱেন দত্তৰ পত্নীৰ লগত ফোন যোগে বাৰ্তালাপ কৰি ফাষ্টট্ৰেক আদালতত এই হত্যাকাণ্ডৰ বিচাৰৰ আশ্বাস দিছে ৷ আৰু ভাৰতীয় প্ৰশাসনিক বিষয়া শ্যাম জগন্নাথৰ নেতৃত্বত এক তদন্ত সমিতি গঠন কৰি তদন্ত প্ৰক্ৰিয়া আগবঢোৱা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে ৷ লগতে মন্ত্ৰী হাজৰিকাই কয় যে চিকিৎসক নিগ্ৰহৰ বাবে কেন্দ্ৰীয় চৰকাৰে নতুন আইন আনিছে আৰু এই নিয়ম অসমতো প্ৰযোজ্য হ'ব ৷ ইয়াৰোপৰি চাকৰি পদত্যাগ কৰা চিকিৎসক সকলক পুনৰ চাকৰিত যোগদানৰ বাবে অনুৰোধ জনাই মন্ত্ৰী গৰাকীয়ে ৷ আনহাতে 'ইণ্ডিয়ান মেডিকেল এছোচিয়েচনৰ' দাবী অনুসৰি দণ্ডাধীশ গৰাকীক মুখ্যমন্ত্ৰীৰ নিদেৰ্শত আতৰাই বেলেগ বিষয়াক নিয়োগ কৰা হৈছে বুলিও ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকাই জানিবলৈ দিয়ে ৷

Intro:ৰাজ্যিক স্বাস্হ্য মন্ত্ৰী পিয়ুষ হাজৰিকাৰ সংবাদমেল । দিছ্পুৰ স্থিত মন্ত্ৰী আবাসগৃহত অনুষ্ঠিত কৰে এই সংবাদমেল । চিকিৎসক দেৱেন দত্তৰ হত্যাকাণ্ড প্ৰসংগত ৷ টিয়কৰ ঘটনাক তীব্ৰ গৰিহনা দিছো ৷ অতি মৰ্মান্তিক ঘটনা ৷ দোষীয়ে যাতে শাস্তি পাই ৰাজ্যচৰকাৰে বিশেষ ব্যৱস্হা লৈছে ৷ ইতিমধ্যে মুখ্যমন্তীৰে ফোনৰ বা্তালাপ কৰিছে দেৱেন দত্তৰ পত্নীৰ লগত ৷ ফাষ্টট্ৰেক আদালতত বিচাৰৰ আশ্বাস মুখ্যমন্তীৰ ৷
Body:# চিকিৎসক নিগহৰ বাবে কেন্দ্ৰীয় চৰকাৰে নতুন আইন আনিছে অসমতো পৰ্যোয্য হব
# চাকৰি পদত্যাগ কৰা চিকিৎসকসকলক পোনৰ চাকৰিত যোগদানৰ বাবে অনুৰুধ জনাই মন্ত্ৰীগৰাকীয়ে
Conclusion:# দাবী কৰা দণ্ডাধীশ গৰাকীক মুখ্যমন্ত্ৰীৰ নিদেৰ্শত আতৰাই বেলেগ বিষয়াক নিয়োগ কৰা হৈছে
# IAS বিষয়া শ্যাম জগনাথৰ নেতৃত্বত তদন্ত সমিতি গঠন কৰি তদন্ত প্ৰক্ৰিয়া আগবঢোৱা হৈছে ৷
Last Updated : Sep 9, 2019, 2:41 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.