ETV Bharat / state

শক্তিপীঠ কামাখ্যা ধামত মহা অম্বুবাচীৰ মহা আয়োজন - মহা অম্বুবাচীৰ মহা আয়োজন

মাজত মাথো 3 টা দিন বাকী ৷ ২২ জুনৰ পৰা অনুষ্ঠিত হ'বলগীয়া বিশ্ব প্ৰসিদ্ধ অম্বুবাচী মেলাক লৈ শক্তিপীঠত চলিছে মহা আয়োজন ৷ লক্ষ লক্ষ ভক্তক আদৰিবলৈ সাজু প্ৰশাসন, মন্দিৰ পৰিচালনা সমিতি ৷

অম্বুবাচীৰ মহা আয়োজন
author img

By

Published : Jun 18, 2019, 6:21 PM IST

Updated : Jun 18, 2019, 8:15 PM IST

গুৱাহাটী, 18 জুন : উখল-মাখল নীলাচলৰ বুকু ৷ ২২ জুনৰ পৰা অনুষ্ঠিত হ'বলগীয়া বিশ্ব প্ৰসিদ্ধ অম্বুবাচী মেলাক লৈ শক্তিপীঠত কামাখ্যা ধামত চলিছে মহা আয়োজন ৷ শক্তিপীঠত মেলাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলাৰ লগতে ভক্তক আদৰিবলৈ সাজু জিলা প্ৰশাসন আৰু মন্দিৰ পৰিচালনা সমিতি ।

অম্বুবাচীৰ মহা আয়োজন

ইতিমধ্যে দেশৰ ভিন্ন প্ৰান্তৰ লগতে বিভিন্ন বেশ-ভূষাৰে শক্তিপীঠলৈ আগমন ঘটিছে ভিন্নৰূপী বাবাৰ ৷ হাইপ্ৰফাইল বাবাৰ পৰা আৰম্ভ কৰি তৰোৱাল বাবাৰে ভৰি পৰিছে নীলাচল পাহাৰ ৷ দেৱী মাৰ আশীষ ল'বলৈ কাশ্মীৰ, অৰুণাচল প্ৰদেশ, কেদাৰনাথ, হিমাচল প্ৰদেশ, দিল্লী, ৰাজস্থান, নেপাল আদি স্থানৰ পৰা আহিছে বাবা । মুঠৰ ওপৰত অম্বুবাচী উপলক্ষে এতিয়া কামাখ্যা ধামত ভক্তৰ লানি নিছিগা ভিৰ ।

Intro:২২জুনৰ পৰা শক্তিপীঠ কামাখ্যা ধামত মহা অম্বুবাচী মেলা। মেলাৰ প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে জিলা প্ৰশাসনে। ইতিমধ্যেই বিভিন্ন প্ৰান্তৰ ভক্তৰ আগমন ঘটিছে নীলাচলৰ বুকুত। ভক্তক আদৰিবলৈ সাজু জিলা প্ৰশাসন আৰু মন্দিৰ পৰিচালনা সমিতি। কামাখ্যা ধামত অনুষ্ঠিত অম্বুবাচীকলৈ এতিয়া উখল মাখল পৰিবেশ নীলাচলৰ বুকুত। ভক্তৰ লগতে বিভিন্ন ভেষ ভূষাৰ বাবা আহিছে কামাখ্যা ধামলৈ।

Body:কাশ্মীৰ, অৰুণাচল প্ৰদেশ, কেদাৰনাথ, হিমাচল প্ৰদেশ, দিল্লী, ৰাজস্থান, নেপাল আদি স্থানৰ পৰা বাবা আহিছে মা আশীষ ল'বলৈ। হাইপ্ৰফাইল বাবা, তৰোৱাল বাবা আদিৰে ভৰি পৰিছে নীলাচল পাহাৰ। মুঠৰ ওপৰত অম্বুবাচী উপলক্ষ্যে এতিয়া কামাখ্যা ধামত ভক্তৰ লানি নিছিগা ভিৰ।

Conclusion:HIRUL HAQUE I GUWAHATI
Last Updated : Jun 18, 2019, 8:15 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.