ETV Bharat / state

হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল প্ৰতিবন্ধী সুৰক্ষা সংস্থা

হিমন্ত বিশ্বৰ বিত্ত বিভাগৰ চৰম অৱহেলাৰ বাবেই এনে আঁচনিৰ পৰা বঞ্চিত হ’ব লগা হ’ল বুলি অভিযোগ তোলাৰ লগতে ৰে’ল বিভাগে অনুষ্ঠিত কৰা পৰীক্ষাতো ব্যাপক খেলি-মেলি সৃষ্টি কৰি উত্তৰ-পূৱৰ যুৱক-যুৱতীক বঞ্চিত কৰা বুলি কয় ৷

হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল প্ৰতিবন্ধী সুৰক্ষা সংস্থা
author img

By

Published : May 11, 2019, 7:25 PM IST

গুৱাহাটী,11 মে’ : শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হোৱা দেখা গ’ল প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমক ৷ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিভাগে প্ৰতিবন্ধী সকলক ৰামঠগন দিয়াৰ অভিযোগ তুলি প্ৰতিমাহে প্ৰতিবন্ধী সকলৰ বাবে 1000 টকাকৈ দিয়াৰ কথা ঘোষণা কৰিছিল ৷ কিন্তু এই আঁচনিয়ে বহু প্ৰতিবন্ধী ঢুকি নোপোৱাৰ অভিযোগ তোলে সংস্থাটোৱে ৷ হিমন্ত বিশ্বৰ বিত্ত বিভাগৰ চৰম অৱহেলাৰ বাবেই এনে আঁচনিৰ পৰা বঞ্চিত হ’ব লগা হ’ল বুলি অভিযোগ তোলাৰ লগতে ৰে’ল বিভাগে অনুষ্ঠিত কৰা পৰীক্ষাতো ব্যাপক খেলি-মেলি সৃষ্টি কৰি উত্তৰ-পূৱৰ যুৱক-যুৱতীক বঞ্চিত কৰা বুলি কয় ৷ উল্লেখ্য যে, বিত্ত বিভাগ চম্ভালিব নোৱাৰা হিমন্ত বিশ্ব শৰ্মাই অতিশীঘ্ৰে পদত্যাগ কৰক বুলিও দাবী তোলে সংগঠনটোৱে ৷

Intro:বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিভাগে ৰামঠগন দিলে প্ৰতিবন্ধী সকলক । এই অভিযোগ প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমৰ । শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল আয়োজন কৰি হিমন্তৰ বিৰূদ্ধে সৰৱ হল সংগঠনটোৰ বিষয়ববীয়া । তেওলোকৰ অভিযোগ চৰকাৰে প্ৰতিবন্ধীসকলৰ বাবে প্ৰতিমাহে ১০০০ টকাকৈ দিয়াৰ কথা ঘোষণা কৰিছিল । কিন্তু এই আচনিয়ে বহু প্ৰতিবন্ধীক ঢুকি নাপালে । হিমন্ত বিশ্বৰ বিশ্বৰ বিত্ত বিভাগৰ চৰম অৱহলাৰ বাবেই এনে আচনিৰ পৰা বঞ্চিত হব লগা হল বুলি অভিযোগ তোলে । লগতে ৰেল বিভাগে অনুষ্ঠিত কৰা পৰীক্ষাতো ব্যাপক খেলি মেলি সৃষ্টি কৰি উত্তৰ পূৱৰ যুৱক যূৱতীক বঞ্চিত কৰাৰো অভিযোগ তোলে । সেয়ে বিত্ত বিত্ত বিভাগ চম্ভালিব নোৱাৰা হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰক বুলি দাবী তোলে সংগঠটোৱে ।

Body:লিপিকা ডেকা

Conclusion:গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.