ETV Bharat / state

যান-বাহন সংশোধনী আইনঃ আতংকিত ৰাইজ - ৰাইজ

পলিউছন টেষ্টিং চেণ্টাৰতো ভিৰ লাগিছে ৰাইজৰ । যি চেণ্টাৰ পূৰ্বতে জনশূণ্য অৱস্থাত আছিল এতিয়া সেই চেণ্টাৰত মানুহৰ লানি নিছিগা ভিৰ ।

যান-বাহন সংশোধনী আইন বলবৎ নহ'লেও আতংকিত অসমৰ ৰাইজ
author img

By

Published : Sep 17, 2019, 5:17 PM IST

গুৱাহাটী, 17 চেপ্তেম্বৰঃ ৰাজ্যসভাত যান-বাহন সংশোধনী আইন গৃহীত হ'ল যদিও এই পৰ্যন্ত অসমত বলবৎ হোৱা নাই আইনখন । কিন্তু আইনখন বলবৎ নহ'লেও জনসাধাৰণ আতংকিত হৈ পৰিছে মাত্ৰাধিক জৰিমনা ভৰাৰ ভয়ত । কাৰণ যি খন গাড়ীৰ মূল্য ৪৫ হাজাৰ টকা সেই খন গড়ীতেই জৰিমনা ভৰিবলগীয়া হ'ব পাৰে লাখৰ উৰ্ধত ৷ যাৰ বাবে উপায়ন্তৰ হৈ বহুতো লোকে বিভিন্ন ঠাইতে গাড়ী এৰি আহিবলগীয়া হৈছে। ইফালে মাত্ৰাধিক জৰিমনা ভৰাৰ ভয়ত এতিয়া জনসাধাৰণে নিজৰ কাম-কাজ বাদ দি গাড়ীৰ নথিপত্ৰ প্ৰস্তুত কৰাৰ বাবেও উঠি পৰি লাগিছে । পলিউছন টেষ্টিং চেণ্টাৰতো ভিৰ লাগিছে গাড়ীৰ মালিকসকলৰ । যি চেণ্টাৰ পূৰ্বতে জনশূণ্য অৱস্থাত আছিল এতিয়া সেই চেণ্টাৰত মানুহৰ লানি নিছিগা ভিৰ । ইয়াৰোপৰি পূৰ্বতে ৰাজপথত হেলমেট পৰিধান নকৰাকৈয়ে বাইক আৰোহী ঘূৰি ফুৰা দেখা গৈছিল কিন্তু বৰ্তমান হেলমেট পৰিধান নকৰাকৈ বাইক বা যিকোনো দুচকীয়া বাহন চলোৱা দেখা পোৱা পৰিলক্ষিত নহয় ।

যান-বাহন সংশোধনী আইন বলবৎ নহ'লেও আতংকিত অসমৰ ৰাইজ
সমগ্ৰ প্ৰক্ৰিয়াটোৰ সন্দৰ্ভত কিছু লোকৰ মন্তব্য এই আইনৰ ফলত মানুহ সজাগ হ'ব। নিয়ম-শৃংখলা বাঢ়িব। দুর্ঘটনাও যথেষ্ঠ কমিব ।

Intro:ৰাজ্য সভাত গৃহীত হৈছিল যান-বাহন সংশোধনী ২০১৯ । পূৰ্বৰ তুলনাত তিনিগুণ বেছি জনসাধাৰণে জৰিমনা ভৰিব লাগিব এই আইনখন নামানিলে ।

Body:ৰাজ্যসভাত যান-বাহন সংশোধনী আইন গৃহীত হ'ল যদিও এই পৰ্যন্ত অসমত বলবৎ হোৱা নাই এই আইনখন । আইনখন বলবৎ নহলেও জনসাধাৰণ এতিয়া আতংকিত হৈ পৰিছে মাত্ৰাধিক জৰিমনা ভৰাৰ ভয়ত । কাৰণ যিখন গাড়ীৰ মূল্য ৪৫ হাজাৰৰ তাত জৰিমনা ভৰিব লাগে লাখৰ ঘৰত । যাৰ ফলত উপায়ন্তৰ হৈ কোনো কোনো বহুতো লোকে ঠাইতে গাড়ী এৰি আহিব লগীয়া হৈছে। ইফালে মাত্ৰাধিক জৰিমনা ভৰাৰ ভয়ত এতিয়া জনসাধাৰণে নিজৰ কাম-কাজ বাদ দি গাড়ীৰ নথিপত্ৰ প্ৰস্তুত কৰাৰ বাবে উঠি পৰি লাগিছে । পলিউছন টেষ্টিং চেণ্টাৰতো ভিৰ লাগিছে গাড়ীৰ মালিকসকলৰ । যি চেণ্টাৰ পূৰ্বতে শূণ্য অৱস্থাত আছিল এতিয়া সেই চেণ্টাৰত মানুহৰ লানি নিছিগা ভিৰ । ইয়াৰোপৰি পূৰ্বতে ৰাজপথত হেলমেট পৰিধান নকৰাকৈয়ে বাইক আৰোহী ঘূৰি ফুৰা দেখা গৈছিল কিন্তু বৰ্তমান হেলমেট পৰিধান নকৰাকৈ বাইক বা যিকোনো দুচকীয়া বাহন চলোৱা দেখা পোৱা নাযায় । বাহনৰ কাগজ পত্ৰ নাথাকিলে ওলাই নাহে গাড়ী লৈ ।

Conclusion:অসমত এই আইনখন বলবৎ নহলেও সম্প্ৰতি আতংকিত হৈ পৰিছে সমগ্ৰ জনসাধাৰণ। সকলোৱে ব্যস্ত হৈ পৰিছে বাহনৰ বাবে প্ৰয়োজন হোৱা নথি-পত্ৰ প্ৰস্তুত কৰাত । সমগ্ৰ প্ৰক্ৰিয়াটোৰ সন্দৰ্ভত কিছু লোকৰ মন্তব্য এই আইনৰ ফলত মানুহবোৰ সজাগ হব। নিয়ম-শৃংখলা বাঢ়িব। দুর্ঘটনাও যথেষ্ঠ কমিব ।

Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.