ETV Bharat / state

11 বজালৈ পাঁচ সমষ্টিত ভোটদানৰ হাৰ 31.44 শতাংশ

author img

By

Published : Oct 30, 2021, 12:26 PM IST

শনিবাৰে পুৱা 7 বজাৰ পৰা ৰাজ্যৰ পাঁচ সমষ্টিত আৰম্ভ হোৱা ভোটদান দিনৰ 11 বজালৈ 31.44 শতাংশ সম্পন্ন হয় ৷ বৰ্তমানলৈকে সৰ্বাধিক ভোটদান সম্পন্ন হৈছে ভৱানীপুৰ সমষ্টিত আৰু আটাইতকৈ কম ভোটদান সম্পন্ন হৈছে মৰিয়নী সমষ্টিত ৷

as_ghy_01_polling_percentage_7206058
11 বজালৈ পাঁচ সমষ্টিত ভোটদানৰ হাৰ 31.44 শতাংশ

গুৱাহাটী, 30 অক্টোবৰ : আজি থাওৰা, ভৱানীপুৰ, মৰিয়নী, গোঁসাইগাঁও, তামুলপুৰ সমষ্টিৰ উপ নিৰ্বাচন ৷ এই পাঁচোটা সমষ্টিৰ প্ৰায় 7 লাখ ভোটাৰে ইভিএমত বন্দী কৰিব 31 গৰাকী প্ৰাৰ্থীৰ ভাগ্য ৷ ইতিমধ্যে পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷

দিনৰ 11 বজালৈ 28নং গোঁসাইগাঁও সমষ্টিত 39.35 শতাংশ, 41 নং ভৱানীপুৰ সমষ্টিত 41 শতাংশ, 58 নং তামুলপুৰ সমষ্টিত 21 শতাংশ, 101 নং মৰিয়নী সমষ্টিত 19.49 শতাংশ আৰু 107 নং থাওৰা সমষ্টিত 38.6 শতাংশ ভোটদান সম্পূৰ্ণ হয় ৷ মুঠ ভোটদানৰ হাৰ 31.44 শতাংশ ৷

উল্লেখ্য যে, প্ৰথম ৰাউণ্ডৰ অন্তত পুৱা 9 বজালৈকে গোঁসাইগাঁও সমষ্টিত ভোটদানৰ হাৰ আছিল 12.03 শতাংশ ৷ একেদৰে ভৱানীপুৰ সমষ্টিত 14 শতাংশ, তামুলপুৰ সমষ্টিত 12 শতাংশ, মৰিয়নী সমষ্টিত 11 শতাংশ আৰু থাওৰা সমষ্টিত পুৱা 9 বজালৈ 15.27 শতাংশ ভোটদান সম্পূৰ্ণ হৈছিল ৷ 9 বজালৈ ৰাজ্যৰ মুঠ ভোটদানৰ হাৰ আছিল 12.86 শতাংশ ৷

লগতে পঢ়ক : ৰাজ্যত 9 বজালৈকে 12.86 শতাংশ ভোটদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.