গুৱাহাটী, 29 আগষ্টঃ বুধবাৰে মহানগৰীৰ বৰিপাৰাস্থিত হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত পশ্চিম গুৱাহাটী সংমণ্ডল আৰক্ষীৰ উদ্যোগত এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ৷ পশ্চিম গুৱাহাটী সংমণ্ডল আৰক্ষীৰ অধীনস্থ থানাৰ অন্তৰ্গত সকলো নাগৰিক কমিটিৰ সদস্য তথা বিষয়ববীয়া সকল,জ্যেষ্ঠ নাগৰিক আৰু শীৰ্ষ আৰক্ষী বিষয়াসকল এই সভাত উপস্থিত থাকে।
মহানগৰীৰ বৰিপাৰাত আৰক্ষীৰ বৈঠক - গুৱাহাটী
সভাখনত এনআৰচি আৰু মহানগৰীত অবাধ হাৰত চলি থকা চুৰি-ডকাইতি, ড্ৰাগছ আদি অপৰাধজনিত ঘটনা সন্দৰ্ভত আলোচনা কৰা হয় ৷
আৰক্ষীৰ বৈঠক
গুৱাহাটী, 29 আগষ্টঃ বুধবাৰে মহানগৰীৰ বৰিপাৰাস্থিত হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত পশ্চিম গুৱাহাটী সংমণ্ডল আৰক্ষীৰ উদ্যোগত এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ৷ পশ্চিম গুৱাহাটী সংমণ্ডল আৰক্ষীৰ অধীনস্থ থানাৰ অন্তৰ্গত সকলো নাগৰিক কমিটিৰ সদস্য তথা বিষয়ববীয়া সকল,জ্যেষ্ঠ নাগৰিক আৰু শীৰ্ষ আৰক্ষী বিষয়াসকল এই সভাত উপস্থিত থাকে।
Intro:বুধবাৰে মহানগৰীৰ বৰিপাৰাস্থিত হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত পশ্চিম গুৱাহাটী সংমণ্ডল আৰক্ষীৰ উদ্যোগত অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ সভা। পশ্চিম গুৱাহাটী সংমণ্ডল আৰক্ষীৰ অধীনস্থ থানাৰ অন্তৰ্গত সকলো নাগৰিক কমিটিৰ সদস্য তথা বিষয়ববীয়াসকল, জ্যেষ্ঠ নাগৰিক, শীৰ্ষ আৰক্ষী বিষয়াসকল উপস্থিত থাকে। এন আৰ চিৰ আৰু মহানগৰীত অবাধ হাৰত চলি থকা চুৰি-ডকাইতি, ড্ৰাগছ আদি অপৰাধজনিত ঘটনা সন্দৰ্ভত আলোচনা কৰা হয় এই সভাত। অহা ৩১ আগষ্ট প্ৰকাশ পাবলগীয়া এন আৰ চিৰ সময়ত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নহয় তাৰ বাবে সকলোকে সজাগ থাকিবলৈ আহ্বান জনাই আৰক্ষী আয়ুক্ত দীপক কুমাৰে। লগতে অপৰাধ নিৰ্মূলৰ ক্ষেত্ৰত ৰাইজৰ সহযোগিতা বিচাৰে আৰক্ষীয়ে। যদি কোনো ঠাইত সন্দেহজনক ঘটনা সংঘটিত হৈ আছে ততালিকে আৰক্ষীক খবৰ দিবলৈ আহ্বান জনাই আৰক্ষী আয়ুক্তগৰাকীয়ে।Body:Hirul Haque Conclusion:Guwahati