ETV Bharat / state

গুৱাহাটীৰ বৌদ্ধ বিহাৰত পয় চাংকেন উৎসৱ পালন

author img

By

Published : Apr 15, 2019, 3:09 PM IST

মহানগৰীত বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে সম্পূৰ্ণ মাংগলিক ৰীতি নীতিৰে পালন কৰে পয় চাংকেন উৎসৱ ৷ মাংগলিক ৰীতি নীতিৰে বিহাৰৰ ভিতৰৰ পৰা ভগৱান বুদ্ধৰ মুৰ্তি পৱিত্ৰ স্নানৰ বাবে বাহিৰলৈ উলিয়াই অনা হয় ৷ স্নানৰ অন্তত পুনৰ মূল বেদীত স্থাপন কৰা হ'ব ভগৱান বুদ্ধৰ মূৰ্তি ৷

গুৱাহাটীৰ বৌদ্ধ বিহাৰত পয় চাংকেন উৎসৱ

গুৱাহাটী, 15 এপ্ৰিলঃ নৱবৰ্ষৰ প্ৰাকমুহূৰ্তত দেওবাৰে মহানগৰীৰ বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে সম্পূৰ্ণ মাংগলিক ৰীতি নীতিৰে পালন কৰে পয় চাংকেন উৎসৱ । এই উপলক্ষে গড়চুক গাৰোঘূলি বৌদ্ধ বিহাৰত অনুষ্ঠিত হয় ধৰ্মীয় অনুষ্ঠান । বিয়লি শতাধিক লোকৰ উপস্থিতিত প্ৰাৰ্থনা সভা অনুষ্ঠিত হোৱাৰ পিচতে মাংগলিক ৰীতি নীতিৰে বিহাৰৰ ভিতৰৰ পৰা ভগৱান বুদ্ধৰ মূৰ্ত্তি পৱিত্ৰ স্নানৰ বাবে বাহিৰলৈ উলিয়াই অনা হয় । ইয়াৰ পিচতেই অনুষ্ঠিত হয় পয় চাংকেন উৎসৱ । স্নানৰ অন্তত ১৬ এপ্ৰিলৰ বিয়লি পুনৰ মূল বেদীত স্থাপন কৰা হ'ব ভগৱান বুদ্ধৰ মূৰ্ত্তি ।

Slug:  Poi Sangken Festival at Guwahati

গুৱাহাটীৰ বৌদ্ধ বিহাৰত পয় চাংকেন উৎসৱ

  গুৱাহাটী মহানগৰীৰ বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে নৱবৰ্ষৰ প্ৰাকমুহূৰ্তত দেওবাৰে বিয়লি সম্পূৰ্ণ মাংগলিক ৰীতি নীতিৰে পালন কৰে পয় চাংকেন উৎসৱ। এই উপলক্ষে গড়চুক গাৰোঘুলি বৌদ্ধ বিহাৰত অনুষ্ঠিত হয় ধৰ্মীয় অনুষ্ঠান। বিয়লি শতাধিক লোকৰ উপস্থিতিত প্ৰাৰ্থনা সভা অনুষ্ঠিত হোৱাৰ পিছতে মাংগলিক ৰীতি নীতিৰে বিহাৰৰ ভিতৰৰ পৰা ভগবান বুদ্ধৰ মুৰ্তি পবিত্ৰ স্নানৰ বাবে বাহিৰলৈ উলিয়াই অনা হয় । ইয়াৰ পিচতেই অনুষ্ঠিত হয় পয় চাংকেন উৎসৱ। স্নানৰ অন্তত ১৬ এপ্ৰিলৰ বিয়লি পুণৰ মূল বেদীত স্থাপন কৰা হব ভগবান বুদ্ধৰ মুৰ্তি।

গৌতম বৰুৱা
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.