ETV Bharat / state

পুনৰ বৃদ্ধি হ'ল পেট্ৰলৰ মূল্য

author img

By

Published : Mar 24, 2019, 12:43 PM IST

অপৰিৱৰ্তিত ডিজেলৰ মূল্য

পেট্ৰল-ডিজেলৰ মূল্য

গুৱাহাটী, 24 মাৰ্চ : বিগত কিছু দিন ধৰি মহানগৰীত একেৰাহে পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধি পাই আহিছে ৷ দেওবাৰে মহানগৰীত পেট্ৰলৰ মূল্য বৃদ্ধি পোৱাৰ বিপৰীতে ডিজেলৰ মূল্যত কোনো ধৰণৰ পৰিৱৰ্তণ নহ'ল।

পেট্ৰল-ডিজেলৰ মূল্য

গুৱাহাটীত দেওবাৰে প্ৰতিলিটাৰ পেট্ৰলত ০৫ পইচা কৈ বৃদ্ধি পায় ৷ মহানগৰীত আজি প্ৰতিলিটাৰ পেট্ৰলৰ মূল্য ৭২.৪৪ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৬৭.১০ টকা।

Intro:আজি পেট্ৰলৰ মূল্য বৃদ্ধি পোৱাৰ বিপৰীতে ডিজেলৰ মূল্যৰ কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই।

Body:
আজি পেট্ৰলত ০৫ বৃদ্ধি পালে। ডিজেলৰ মূল্যৰ কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই। আজি গুৱাহাটীৰ মহানগৰীত পেট্ৰল ৭২.৪৪ (72.44) টকা আৰু ডিজেলৰ মূল্য ৬৭.১০ (67.10) টকা।

Conclusion:Asrsr Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.