ETV Bharat / state

আকৌ অখিল গগৈৰ বিৰুদ্ধে ১০০কোটিৰ মানহানি গোচৰ এছ পি পাৰ্থসাৰথি মহন্তৰ

author img

By

Published : Aug 21, 2019, 9:48 PM IST

কৃষক নেতা অখিল গগৈৰ বিৰুদ্ধে 100 কোটি টকাৰ মান হানি গোচৰ কামৰূপৰ এছ পি পাৰ্থসাৰথি মহন্তৰ

চুপাৰী চিণ্ডিকেটৰ পিছত সম্পত্তিত চ

গুৱাহাটী, 21 আগষ্ট : শেহতীয়াকৈ ৰাজ্যত অতিকৈ চৰ্চিত নাম হৈ পৰিছে কামৰূপৰ এছ পি পাৰ্থসাৰথি মহন্ত । তুংগত উঠিছে এটা ব্যক্তিগত সংবাদ গোষ্ঠী,অখিল আৰু মহন্তৰ যুঁজ । সংবাদ গোষ্ঠী আৰু অন্য কেইবাজনো ব্যক্তিৰ বিৰুদ্ধে গোচৰ তৰি ৰক্ষা পোৱা নাই মহন্তই । মংগলবাৰে গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি কৃষক নেতা অখিল গগৈয়ে ফাদিল কৰিছিল পাৰ্থসাৰথি মহন্তৰ পৰ্বতসম সম্পত্তিৰ তথ্য । ইয়াৰ পিছতে পুনৰ ১০০ কোটি টকাৰ মানহানিৰ গোচৰ তৰিলে কামৰূপৰ এছ পি পাৰ্থসাৰথি মহন্তই ।

কৃষক নেতা অখিল গগৈৰ বিৰুদ্ধে 100 কোটি টকাৰ মান হানি গোচৰ কামৰূপৰ এছ পি পাৰ্থসাৰথি মহন্তৰ

উল্লেখযোগ্য যে চুপাৰী চিণ্ডিকেটৰ বাতৰি পৰিবেশনৰ পিছতেই মহন্ত আৰু তেওঁৰ পত্নীয়ে পৃথকে পৃথকে ২০০ কোটি টকাৰ মানহানি গোচৰ তৰিছিল ।এই গোচৰৰ ভিত্তিত আদালতে অখিল গগৈ আৰু ব্যক্তিগত সংবাদ গোষ্ঠীটোক চুপাৰী চিণ্ডিকেট সন্দৰ্ভত কোনো বাতৰি তথা কোনো বক্তব্য প্ৰদান নকৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল । কিন্তু ইয়াৰ পাছত পাৰ্থসাৰথি মহন্তৰ পৰ্বতসম সম্পত্তিৰ তথ্য ফাদিল কৰে কৃষক নেতা অখিল গগৈয়ে । যাৰ বাবে পুনৰ ১০০ কোটিৰ মানহানি গোচৰ তৰে এছ পি মহন্তই ।

Intro:শেহতীয়াকৈ ৰাজ্যত অতিকৈ চৰ্চিত নাম হৈ পৰিছে কামৰূপৰ এছ পি পাৰ্থসাৰথি মহন্তৰ। তুংগত উঠিছে মহন্ত, অখিল আৰু এটা ব্যক্তিগত সংবাদ গোষ্ঠীৰ যুঁজ। সংবাদ গোষ্ঠী আৰু অন্য কেইবাজনো ব্যক্তিৰ বিৰুদ্ধে গোচৰ তৰি ৰক্ষা পোৱা নাই মহন্তই।

Body:মংগলবাৰে গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি কৃষক নেতা অখিল গগৈয়ে ফাদিল কৰিছিল পাৰ্থসাৰথি মহন্তৰ পৰ্বতসম সম্পত্তিৰ তথ্য। ইয়াৰ পিছতে পুণৰ ১০০কোটি টকাৰ মানহানিৰ গোচৰ তৰিলে কামৰূপৰ এছ পি পাৰ্থসাৰথি মহন্তই। বুধবাৰে গুৱাহাটীত সাংবাদিকক এই কথা জনাই মহন্তৰ অধিবক্তা দেৱজিৎ শইকীয়াই। ইতিপূৰ্বে ফৌজদাৰি মানহানি গোচৰ তৰিছে এছ পি পাৰ্থসাৰথি মহন্তই। চুপাৰী চিণ্ডিকেটৰ বাতৰি পৰিবেশনৰ পিছতেই মহন্ত আৰু তেওঁৰ পত্নীয়ে পৃথকে পৃথকে ২০০ কোটি টকাৰ মানহানি গোচৰ তৰিছিল।

Conclusion:এই গোচৰৰ ভিত্তিত আদালতে অখিল গগৈ আৰু ব্যক্তিগত সংবাদ গোষ্ঠীটোক চুপাৰী চিণ্ডিকেট সন্দৰ্ভত কোনো বাতৰি তথা কোনো বক্তব্য প্ৰদান নকৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল। কিন্তু ইয়াৰ পাছত পাৰ্থসাৰথি মহন্তৰ পৰ্বতসম সম্পত্তিৰ তথ্য ফাদিল কৰে কৃষক নেতা অখিল গগৈয়ে। যাৰ বাবে পুণৰ ১০০ কোটিৰ মানহানি গোচৰ তৰে এছ পি মহন্তই। পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ'ব যে এই হাইপ্ৰফাইল যুঁজে কি ৰূপ লয়।

HIRUL HAQUE I GUWAHATI
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.