ETV Bharat / state

২১ জুলাইত অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ মৌখিক পৰীক্ষা

author img

By

Published : Jul 14, 2022, 9:18 PM IST

গুৱাহাটীৰ কাহিলীপাৰাস্থ চতুৰ্থ অসম আৰক্ষী বাহিনীত অনুষ্ঠিত হ’ব এই মৌখিক পৰীক্ষা । মৌখিক পৰীক্ষাৰ পূৰ্বে প্ৰাৰ্থীসকলে ডাউনলোড কৰিব লাগিব এডমিট কাৰ্ড । ১৭ জুলাইৰ পৰা ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ড(Oral examination of Sub Inspector of Assam Police) ।

oral-examination-of-sub-inspector-of-assam-police-held-on-july-21
২১ জুলাইত অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ মৌখিক পৰীক্ষা

গুৱাহাটী, ১৪ জুলাই : অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ মৌখিক পৰীক্ষাৰ দিন ঘোষণা । ২১ জুলাইত অনুষ্ঠিত হ’ব এই পৰীক্ষা । গুৱাহাটীৰ কাহিলীপাৰাস্থ চতুৰ্থ অসম আৰক্ষী বাহিনীত অনুষ্ঠিত হ’ব এই মৌখিক পৰীক্ষা । মৌখিক পৰীক্ষাৰ পূৰ্বে প্ৰাৰ্থীসকলে ডাউনলোড কৰিব লাগিব এডমিট কাৰ্ড । ১৭ জুলাইৰ পৰা ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ড(Oral examination of Sub Inspector of Assam Police) ।

Oral examination of Sub Inspector of Assam Police held on July 21

২০২১ চনৰ ৬ ডিচেম্বৰত অনুষ্ঠিত হৈছিল ৩০৬ টা পদৰ বাবে লিখিত পৰীক্ষা । এই সন্দৰ্ভত অধিক তথ্যৰ বাবে অসম আৰক্ষীয়ে মুকলি কৰিছে এক টোলফ্ৰী নম্বৰ । টোলফ্ৰী এই নম্বৰটো হৈছে 8929207668 ৷

লগতে পঢ়ক : Himanta meets Mamta: দাৰ্জিলিঙত মমতা বেনাৰ্জীৰে মিলিত ড৹ হিমন্ত বিশ্ব শৰ্মা

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.