ETV Bharat / state

বিশ্বত্ৰাস কৰ'ণাঃ হাত সাৰিবলৈ পৰামৰ্শ দিলে ডাঃ হিতেশ বৰুৱাই - চিকিৎসক হিতেশ বৰুৱা

"বৰ্তমান সময়ছোৱাত নিজেই সতৰ্ক হৈ থকাটো অত্যন্ত প্ৰয়োজন। কাৰো সংস্পৰ্শলৈ আহিব নালাগে। পৰিস্কাৰ-পৰিচন্নতাৰ ওপৰত সকলোৱে গুৰুত্ব দিয়াটো উচিত"।

OPTIONS FOR KEEP DISTANCE FROM CAROONA VIRUS
হাত সাৰিবলৈ পৰামৰ্শ দিলে ডাঃ হিতেশ বৰুৱাই
author img

By

Published : Mar 10, 2020, 8:57 PM IST

গুৱাহাটী, 10 মাৰ্চঃ এফালে ৰঙৰ উৎসৱ ফাকুৱাৰ আনন্দ উছাহ আৰু আনফালে বিশ্বত্ৰাস কৰ'ণা ভাইৰাছৰ আতংক। কিন্তু ভয়-শংকাৰ মাজেৰে বিভিন্নজনে উদযাপন কৰিলে হোলী । এই উৎসৱৰ এই বতৰত ৰাইজে কেনেধৰণে সতৰ্কতা অৱলম্বন কৰিব লাগে, তাৰ বিষয়ে ইটিভি ভাৰতৰ জৰিয়তে জনাই জ্যেষ্ঠ চিকিৎসক তথা নেমকেয়াৰ হস্পিতালৰ পৰিচালন সঞ্চালক ডাঃ হিতেশ বৰুৱাই।

হাত সাৰিবলৈ পৰামৰ্শ দিলে ডাঃ হিতেশ বৰুৱাই
ডাঃ হিতেশ বৰুৱাই কয়, "বৰ্তমান সময়ছোৱাত নিজেই সতৰ্ক হৈ থকাটো অত্যন্ত প্ৰয়োজন। কাৰো সংস্পৰ্শলৈ আহিব নালাগে। পৰিস্কাৰ-পৰিচন্নতাৰ ওপৰত সকলোৱে গুৰুত্ব দিয়াটো উচিত"। তাৰোপৰি জ্বৰ, কাহ আদি ৰোগ হ'লে ততাতৈয়াকৈ চিকিৎসকৰ কাষ চাপিবলৈ আহ্বান জনাই ডাঃ বৰুৱাই।
এই উৎসৱৰ এই বতৰত ৰাইজে কেনেধৰণে সতৰ্কতা অৱলম্বন কৰিব লাগে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.