ETV Bharat / state

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া - গুৰুত্ব নিদিয়াৰ অভিযোগ

চাহ বাগান অঞ্চলত হোম কোৱাৰেণ্টাইনত থকা ক'ভিড ৰোগী সকলক স্বাস্থ্য বিভাগে গুৰুত্ব নিদিয়াৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ৷ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় সমূহৰ মাছুলৰ ক্ষেত্ৰত চৰকাৰে তাৎক্ষণিকভাৱে এক নূন্যতম মাছুল নিৰ্ধাৰণ কৰিবলৈ আহ্বান ৷

oppossition-leader-debobrat-saikia-allegation-on-government-give-less-important-tea-estate-home-quarantine-people
বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া
author img

By

Published : May 30, 2021, 9:27 PM IST

গুৱাহাটী, 30 মে': ৰাজ্যত অব্যাহত আছে মহামাৰী কৰ’ণা ভয়াৱহ সংক্ৰমণ ৷ ক’ভিড প্ৰতিৰোধৰ ক্ষেত্ৰত সকলো সময়তে চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে বুলি দাৱী কৰাৰ সময়তে ৰাজ্যৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই হোম কোৱাৰেণ্টাইনত থকা ক'ভিড ৰোগীৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ৷

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া

উল্লেখ্য যে, চাহ বাগান অঞ্চলত হোম কোৱাৰেণ্টাইনত থকা ক'ভিড ৰোগী সকলক স্বাস্থ্য বিভাগে গুৰুত্ব নিদিয়াৰ ফলত সংক্ৰমণৰ হাৰ অস্বাভাৱিক হাৰত ভাৱে বৃদ্ধি পাইছে ৷ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিৰ উধৃতি দি এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ।

আনহাতে, তেওঁ এই মহামাৰীৰ সময়ত ব্যক্তিগত খণ্ডৰ চিকিৎসালয় সমূহৰ মাছুলৰ ক্ষেত্ৰত চৰকাৰে তাৎক্ষণিকভাৱে এক নূন্যতম মাছুল নিৰ্ধাৰণ কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক : কৰ'ণা মহামাৰীৰ বাবে খাদ্য সংকটত ভূগিছে ৰাজ্যৰ জীৱকুল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.