ETV Bharat / state

সোণাপুৰত গঁড়ৰ খৰ্গসহ আটক চোৰাং চিকাৰী

সোণাপুৰৰ ফংহাৰীত গঁড়ৰ খৰ্গসহ আটক চোৰাং চিকাৰী । খৰ্গটো বিক্ৰীৰ বাবে আনি থকা অৱস্থাত আটক চোৰাংচিকাৰীটো ।

সোণাপুৰত গঁড়ৰ খৰ্গসহ আটক চোৰাং চিকাৰী
author img

By

Published : Apr 26, 2019, 9:12 PM IST

গুৱাহাটী,২৬ এপ্ৰিলঃ সোণাপুৰৰ ফংহাৰীত গঁড়ৰ খৰ্গসহ আটক এটা চোৰাংচিকাৰী । আমচাং বন্যপ্ৰানী অভয়াৰণ্যৰ বন বিভাগৰ এটা দলে গোপন সূত্ৰৰ পম খেদি গঁড়ৰ খৰ্গসহ আটক কৰে ৱাৰেন ৰাহাং নামৰ এটা গঁড় চিকাৰীক ।

সোণাপুৰত গঁড়ৰ খৰ্গসহ আটক চোৰাং চিকাৰী

জানিব পৰা মতে সোনাপুৰৰ ফংহাৰীত গঁড়ৰ খৰ্গ বিক্ৰীৰ উদ্দেশ্যেৰে অনা অৱস্থাতে আটকাধীন হয় চোৰাংচিকাৰীটো । গঁড়ৰ খৰ্গৰ লগতে ঘটনাস্থলীৰ পৰা উদ্ধাৰ হয় চোৰাং চিকাৰীয়ে ব্যৱহাৰ কৰা As 01 DB 0607 নম্বৰৰ বাহনখন । উল্লেখ্য যে,এই অভিযানযোগে মাত্ৰ এটা চোৰাং চিকাৰী আটক হয় যদিও বাকী দুটা চোৰাংচিকাৰীয়ে পলায়ন কৰে ঘটনাস্থলীৰ পৰা ।

পঢ়কঃচামগুৰিত জব্দ অবৈধ সাঁচিকাঠ ভৰ্তি বলেৰ' পিক-আপ ভান

 A_GHY_802_26APRIL_RHINO_HORN_VISUAL_ASRAR

সোনাপুৰৰ ফংহাৰীত গঢ়ৰ খৰ্গ সহ আটক চোৰাং চিকাৰী।আমচাং বন্যপ্ৰানী অভয়াৰণ্যৰ কৰবি হাজৰিকাৰ নেতৃত্বত এটা দলে গোপন সূত্ৰৰ পং খেদি ৱাৰেন ৰাহাং নামৰ এজন গড় চিকাৰী গড়ৰ খৰ্গ সহ আটক কৰে।জানিব পৰা মতে সোনাপুৰৰ ফংহাৰীত খৰ্গ বিক্ৰী কৰাৰ উদ্দেশ্যেৰে লৈ আনিছিলে।ঘটনাস্থলীৰ পৰা উদ্বাৰ হয়  As 01 DB 0607 চোৰাং চিকাৰীয়ে ব্যৱহাৰ কৰা এখন বাহন।অভিযানত এজন চিকাৰী আটক হৈ যদিও আন দুজন পলাই যাবলৈ সক্ষম হয়।
Visual at Ftp

Asrar Ansari 
  Guwahati 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.