গুৱাহাটী, 25 আগষ্টঃ মহানগৰীৰ পাণ্ডু টেম্পলঘাটত অঘটন । গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত উটি গ'ল এজন যুৱক । যুৱকজনৰ নাম উদ্ভৱ দাস । প্ৰতিদিনৰ দৰেই দেওবাৰে গা ধুবলৈ গৈছিল উদ্ভৱ । কিন্তু নৈৰ কোবাল সোঁতে উটুৱাই নিয়ে যুৱকজনক । ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে নদী আৰক্ষীক খবৰ দিয়াত নদী আৰক্ষী আৰু SDRF উপস্থিত হৈ লুইতৰ বুকুত উদ্ধাৰ অভিযান চলায় । কিন্তু বৰ্তমান পৰ্যন্ত কোনো সন্ধান লাভ কৰা নাই যুৱকজনৰ । ইফালে এই ঘটনাক কেন্দ্ৰ কৰি শোকৰ ছাঁ পৰিছে সমগ্ৰ পাণ্ডু অঞ্চলত।
ব্ৰহ্মপুত্ৰত সন্ধানহীন যুৱক - assam news
গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত উটি গ'ল এজন যুৱক । যুৱকজনৰ নাম উদ্ভৱ দাস
![ব্ৰহ্মপুত্ৰত সন্ধানহীন যুৱক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4239051-thumbnail-3x2-llalalal.jpg?imwidth=3840)
ব্ৰহ্মপুত্ৰত সন্ধানহীন যুৱক
গুৱাহাটী, 25 আগষ্টঃ মহানগৰীৰ পাণ্ডু টেম্পলঘাটত অঘটন । গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত উটি গ'ল এজন যুৱক । যুৱকজনৰ নাম উদ্ভৱ দাস । প্ৰতিদিনৰ দৰেই দেওবাৰে গা ধুবলৈ গৈছিল উদ্ভৱ । কিন্তু নৈৰ কোবাল সোঁতে উটুৱাই নিয়ে যুৱকজনক । ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে নদী আৰক্ষীক খবৰ দিয়াত নদী আৰক্ষী আৰু SDRF উপস্থিত হৈ লুইতৰ বুকুত উদ্ধাৰ অভিযান চলায় । কিন্তু বৰ্তমান পৰ্যন্ত কোনো সন্ধান লাভ কৰা নাই যুৱকজনৰ । ইফালে এই ঘটনাক কেন্দ্ৰ কৰি শোকৰ ছাঁ পৰিছে সমগ্ৰ পাণ্ডু অঞ্চলত।
ব্ৰহ্মপুত্ৰত সন্ধানহীন যুৱক
ব্ৰহ্মপুত্ৰত সন্ধানহীন যুৱক
Intro:দেওবাৰে মহানগৰীৰ পাণ্ডু টেম্পলঘাটত অঘটন। গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত উঠি যায় এজন যুৱক। যুৱকজনৰ অঞ্চলটোৰ উদ্ভৱ দাস বুলি জানিব পৰা গৈছে। প্ৰতিদিনৰ দৰেই আজিও গা ধুবলৈ আহিছিল উদ্ভৱ। কিন্তু নৈৰ কোৱাল সোঁততে উটুৱাই নিয়ে যুৱকজনক। অঞ্চলটোৰ ৰাইজে এই ঘটনাৰ গম পাই খবৰ দিয়ে নদী আৰক্ষীক। বৰ্তমান ঘটনাস্থলীত নদী আৰক্ষী আৰু SDRF উপস্থিত হৈ লুইতৰ বুকুত চলাইছে উদ্ধাৰ অভিযান। কিন্তু বৰ্তমানলৈ নিৰুদ্দিষ্ট যুৱকজনৰ কোনো সন্ধান লাভ কৰা নাই। ইফালে এই ঘটনাক কেন্দ্ৰ কৰি শোকৰ ছাঁ পৰিছে সমগ্ৰ পাণ্ডু অঞ্চলত।
Body:Hirul Haque Conclusion:Guwahati
Body:Hirul Haque Conclusion:Guwahati