ETV Bharat / state

নদী আৰক্ষীৰ তৎপৰতাত প্ৰাণ ৰক্ষা যুৱকৰ

নদী অৰক্ষীৰ ব্ৰহ্মা চাৰফাচ নামৰ এজন জোৱানৰ তৎপৰতাত কথমপি প্ৰাণ ৰক্ষা পৰিল এজন এজন মানসিকভাৱে বিকাৰগ্ৰস্থ যুৱকৰ

author img

By

Published : Apr 6, 2019, 8:14 PM IST

গা ধুবলৈ আহি ব্ৰহ্মপুত্ৰত নিখোজ এজন যুৱক

গুৱাহাটী, ৬ এপ্ৰিলঃ গুৱাহাটী পাণ্ডুত গা ধুবলৈ আহি ব্ৰহ্মপুত্ৰত নিখোজ এজন যুৱক । নদী আৰক্ষী ব্ৰহ্মা চাৰফাচ নামৰ জোৱান জনে প্ৰাণ ৰক্ষা কৰে যুৱকজনক । যুৱক জনৰ নাম ধুবুৰীৰ গণি বুলি জানিব পৰা গৈছে ।

গা ধুবলৈ আহি ব্ৰহ্মপুত্ৰত নিখোজ এজন যুৱক

নদী আৰক্ষী জোৱান জনে ব্ৰহ্মপুত্ৰত যুৱকজন ডুব যোৱা ঘটনাটি প্ৰত্যক্ষ কৰিছিল আৰু লগে লগে জাহাজৰে কেইবা ঘণ্টা ধৰি লুইতৰ বুকুত অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় যুৱকজনক । সম্প্ৰতি ব্ৰহ্মা চাৰফাচৰ জোৱানে যুৱকজনক উদ্ধাৰ কৰি গটাই দিয়ে নদী আৰক্ষীক। ইফালে যুৱকজন কিছুপৰিমাণে মানসিকভাৱে অসুস্থ বুলিও জানিব পৰা গৈছে ।

Slug: A_GHY_6APR_801_BOY MISSING BRAHMAPUTRA_HIRUL

মহানগৰীৰ পাণ্ডুত অঘটন। গা ধুবলৈ আহি ব্ৰহ্মপুত্ৰত ডুবিল এজন যুৱক। কেইবা ঘণ্টা ধৰি লুইতৰ মাজত ককবকাই থাকে যুৱকজনে। পিছত স্থানীয় লোকে চিঞৰি বাখৰ কৰা ঘটনাস্থলীত উপস্থিত হয় অৰ্ধসামৰিকবাহিনীৰ ব্ৰহ্মা চাৰফাচ নামৰ গোটটোৰ জোৱান। কেইবা ঘণ্টা ধৰি লুইতৰ বুকুত অভিযান চলাই উদ্ধাৰ কৰে যুৱকজনক। ভৰা লুইতৰ পানী মৃত্যুৰে যুজা যুৱকজন ধুবুৰীৰ গণি বুলি জানিব পৰা গৈছে। সম্প্ৰতি ব্ৰহ্মা চাৰফাচৰ জোৱানে যুৱকজনক উদ্ধাৰ কৰি গটাই দিয়ে নদী আৰক্ষীক। ইফালে যুৱকজন কিছুপৰিমাণে মানসিকভাৱে অসুস্থ।

Visual-FTP
(Hirul Haque/Guwahati)
Phone no- 8876195899, 7002668932
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.