ETV Bharat / state

NRCত নাম বাদ পৰা লোকক প্ৰদান কৰা হ’ব বিনামূলীয়া আইন সেৱা - ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম নথকা লোকক প্ৰদান কৰা হ’ব বিনামূলীয়া আইন সেৱা

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম নথকা লোকক প্ৰদান কৰা হ’ব বিনামূলীয়া আইন সেৱা ৷ জিলা আইন প্ৰাধিকৰণ বিষয়া আৰু ন্যায়াধীশৰ আৰক্ষী আয়ুক্ত কাৰ্যালয়ৰ শীৰ্ষ আৰক্ষী বিষয়াৰ সৈতে হোৱা আলোচনাত ৰাজ্যৰ প্ৰত্যেকখন আদালতৰ জিলা প্ৰাধিকাৰী কাৰ্য্যালয়ত উপলব্ধ হ’ব বিনামূলীয়া আইন সেৱা ৷

NRC ত নাম নোহোৱা লোকক প্ৰদান কৰা হ’ব বিনামূলীয়া আইন সেৱা
author img

By

Published : Sep 15, 2019, 10:45 AM IST

গুৱাহাটী, 15 ছেপ্তেম্বৰঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম নথকা লোকক প্ৰদান কৰা হ’ব বিনামূলীয়া আইন সেৱা ৷ জিলা আইন প্ৰাধিকৰণ বিষয়া আৰু ন্যায়াধীশৰ আৰক্ষী আয়ুক্ত কাৰ্যালয়ৰ শীৰ্ষ আৰক্ষী বিষয়াৰ সৈতে হোৱা বৈঠকৰ অন্তত এই কথা ঘোষণা কৰে জিলা আইন প্ৰাধিকাৰী বিষয়া জ্যোৎস্না দাসে ।

NRC ত নাম নোহোৱা লোকক প্ৰদান কৰা হ’ব বিনামূলীয়া আইন সেৱা

যিসকল লোকৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোকে বিদেশী ন্যায়াধীকৰণত আপীল কৰিব পাৰিব বুলিও সদৰী কৰে আইন প্ৰাধিকাৰী বিষয়াগৰাকীয়ে । জ্যোৎস্নায়ে কয়, ৰাজ্যৰ প্ৰত্যেকখন আদালতৰ জিলা প্ৰাধিকাৰী কাৰ্য্যালয়ত উপলব্ধ হ’ব এই আইনসেৱা ৷ লগতে মহিলা, শিশুৰ বাবেও উপলব্ধ হ’ব এই বিশেষ আইন সেৱা ।

আনহাতে এই বৈঠকত উপস্থিত থকা গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে কুমাৰপাৰাৰ হত্যাকাণ্ড সন্দৰ্ভত কয় যে মহানগৰীৰ কুমাৰপাৰাত সংঘটিত হত্যাকাণ্ডৰ ঘটনাৰ তদন্ত চলি আছে । অতি শীঘ্ৰে আমি দোষীক কৰায়ত্ত কৰিবলৈ সক্ষম হম ৷

Intro:ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম অন্তৰ্ভুক্ত নোহোৱাসকলক প্ৰয়োজন সাপেক্ষে বিনামূলীয়া আইন সেৱা প্ৰদান কৰা হ’ব Body:জিলা আইন প্ৰাধিকৰণ বিষয়া আৰু ন্যায়াধীশৰ আৰক্ষী আয়ুক্ত কাৰ্য্যালয়ৰ শীৰ্ষ আৰক্ষী বিষয়াৰ সৈতে হোৱা আলোচনাৰ অন্তত এই কথা ঘোষণা কৰে জিলা আইন প্ৰাধিকাৰী বিষয়া জ্যোৎস্না দাসে। যিসকল লোকৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোকে বিদেশী ন্যায়াধিকৰণত আপীল কৰিব পাৰিব বুলিও সদৰী কৰে দাসে। জ্যোৎস্না কয় ৰাজ্যৰ প্ৰত্যেকখন আদালতৰ জিলা প্ৰাধিকাৰী কাৰ্য্যালয়ত উপলব্ধ হ’ব এই আইনসেৱা লগতে মহিলা, শিশুৰ বাবেও উপলব্ধ হ’ব এই আইনসেৱা । ইপিনে এক গুৰুত্বপূৰ্ণ বৈঠক অংশগ্ৰহণ কৰি বাহিৰলৈ ওলাই আহি গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে কুমাৰপাৰাৰ হত্যাকাণ্ড সন্দৰ্ভত কয় যে মহানগৰীৰ কুমাৰপাৰাত সংঘটিত হত্যাকাণ্ডৰ ঘটনাৰ তদন্ত চলি আছে । আমি এই ক্ষেত্ৰত ক্লু লাভ কৰিছোঁ , ক্লু লাভ কৰি তদন্ত চলাই আছোঁ । আনহাতে অতি শীঘ্ৰে আমি দোষীক কৰায়ত্ত কৰিবলৈ সক্ষম হম , তদন্তৰ খাতিৰত সকলো কথা সংবাদ মাধ্যমৰ আগত কোৱাৰ পৰা বিৰত থাকে গুৱাহাটী মহানগৰীৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে।

বাইট : আৰক্ষী আয়ুক্ত
জ্যোৎস্না দাস
আৰক্ষী আয়ুক্ত

Conclusion:Asrar Ansari
Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.