ETV Bharat / state

সোণালী দিন ঘূৰি আহিছে গ্ৰন্থমেলালৈ

author img

By

Published : Nov 11, 2019, 11:50 PM IST

পূৰ্ৱৰ বছৰসমূহৰ তুলনাত উন্নত দিন উভতি আহিছে গ্ৰন্থমেলালৈ ৷ নিজৰ প্ৰিয় লিখকৰ গ্ৰন্থ বিচাৰি বিপণীয়ে বিপণীয়ে ভিৰ কৰিছে গ্ৰন্থপ্ৰেমীয়ে ৷ এইবাৰ গ্ৰন্থমেলাৰ বাকৰিত ন-পুৰণি লিখকৰ মুঠ 300খন গ্ৰন্থও উন্মোচন কৰা হৈছে ৷

সোণালী দিন ঘূৰি আহিছে গ্ৰন্থমেলালৈ

গুৱাহাটী, 11 নৱেম্বৰঃ সোণালী দিন ঘূৰি আহিছে গ্ৰন্থমেলালৈ ৷ এইবাৰৰ উত্তৰ-পূৱ গ্ৰন্থমেলাই গ্ৰন্থ বিক্ৰেতালৈও আনিছে আশাৰ বতৰা ৷ পূৰ্ৱৰ বছৰসমূহৰ তুলনাত এইবাৰ গ্ৰন্থমেলাত ব্যাপক হাৰত বিক্ৰী হৈছে গ্ৰন্থ ৷ গ্ৰন্থমেলা বাকৰিত পঢ়ুৱৈৰ আগমনো যথেষ্ট বৃদ্ধি পাইছে ৷ নিজৰ প্ৰিয় লিখকৰ গ্ৰন্থ বিচাৰি বিপণীয়ে বিপণীয়ে ভিৰ কৰিছে গ্ৰন্থপ্ৰেমীসকলে ৷

গ্ৰন্থমেলালৈ সোণালী দিন

উল্লেখ্য যে, 1 নৱেম্বৰৰ পৰা আৰম্ভ হোৱা এই গ্ৰন্থ মেলাখনত বৰ্তমানলৈকে প্ৰায় ১ লাখ ৪০ হাজাৰ গ্ৰন্থ প্ৰেমীৰ সমাগম ঘটিছে ৷ লগতে এইবাৰ গ্ৰন্থমেলাৰ বাকৰিত ন-পুৰণি লিখকৰ মুঠ 300খন গ্ৰন্থ উন্মোচন কৰা হৈছে ৷

Intro:সোনালী দিন ঘূৰি আহিছে গ্ৰন্থ মেলালৈ

Body:anchor...সোনালী দিন ঘূৰি আহিছে গ্ৰন্থ মেলালৈ । পূৰ্বৰ তুলনাত উত্তৰ পূৱ গ্ৰন্থ মেলাত ব্যাপক গ্ৰন্থ বিক্ৰী হৈছে লগতে গ্ৰন্থ মেলা থলীলৈ পঢ়ুৱৈৰ আগমনো যথেষ্ট উংসাহ জনক ।

VO...উত্তৰ পূৱ গ্ৰন্থ মেলাই গ্ৰন্থ বিক্ৰেতালৈ আনিছে উৎসাহ জনক বতৰা । পূৰ্বৰ তুলনাত ব্যাপক হাৰত বৃদ্ধি পাইছে বিশেষ আদৰ । গ্ৰন্থ মেলা অন্ত পৰিবলৈ এটা দিন বাকী থকা অৱস্থাত ৩ কোটিৰো অধিক টকাৰ কিতাপ বিক্ৰী হোৱা বুলি জানিবলৈ দিয়ে উদ্যোক্তা সকলে ।

বাইট

VO..ইমানেই নহয় ১ নবেম্বৰৰ পৰা আৰম্ভ হোৱা এই গ্ৰন্থ মেলাত বৰ্তমানলৈকে প্ৰায় ১ লাখ ৪০ হাজাৰ গ্ৰন্থ প্ৰেমীৰ সমাগম ঘটিছে গ্ৰন্থ মেলাৰ বাকৰিত । লগতে এইবাৰৰ গ্ৰন্থ মেলাত ন পুৰণি লেখকৰ মুঠ ৩০০ খন গ্ৰন্থ উন্মোচন হৈছে গ্ৰন্থ মেলা থলীত ।

বাইট

VO . এনেদৰেই গ্ৰন্থৰ প্ৰতি পুনৰ আকৰ্ষিত হৈছে পঢ়ুৱৈ । বিচাৰিছে অসমীয়া মাধ্যমৰ গ্ৰন্থৰ লগতে প্ৰিয় লেখকৰ উপন্যাস, গল্পৰ গ্ৰন্থ ও ।

Conclusion:লিপিকা ডেকা, গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.