ETV Bharat / state

ভয়াৱহ বিত্তীয় সংকটত দেশঃ অদীপ ফুকন - প্ৰধানমন্ত্ৰী গৰিব কল‍্যাণ যোজনা

ব‍্যয় সংকোচনৰ নিৰ্দেশনাৰ ফলত ২০২১ চনৰ মাৰ্চ মাহলৈকে সকলো উন্নয়ন মূলক আঁচনি ৰূপায়ণ বন্ধ হ'ব । প্ৰধানমন্ত্ৰী গৰীৱ কল‍্যাণ যোজনাৰ বাহিৰে বন্ধ হ'ব সকলো আঁচনি যাৰ ফলত এতিয়া অন্ধকাৰ নামি আহিছে ব‍্যৱসায় ক্ষেত্ৰখনৰ লগত জড়িত লোকসকললৈ।

Adeep phukan reaction on Nirmala sitharaman announcement
অদীপ ফুকন
author img

By

Published : Jun 8, 2020, 9:17 PM IST

গুৱাহাটী, 8 জুনঃ ৫ জুন তাৰিখে দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এক সংবাদমেল যোগে ব‍্যয় সংকোচনৰ কঠোৰ নিৰ্দেশনা গ্ৰহণ কৰে । ইয়াৰ ফলত ২০২১ চনৰ মাৰ্চ মাহলৈকে সকলো উন্নয়ন মূলক আঁচনি ৰূপায়ণ বন্ধ হ'ব । প্ৰধানমন্ত্ৰী গৰিব কল‍্যাণ যোজনাৰ বাহিৰে বন্ধ হ'ব সকলো আঁচনি যাৰ ফলত এতিয়া অন্ধকাৰ নামি আহিছে ব‍্যৱসায় ক্ষেত্ৰখনৰ লগত জড়িত লোকসকললৈ । উল্লেখযোগ্য যে বিত্তমন্ত্ৰীগৰাকীৰ ঘোষণাত কোৱা হৈছিল

অদীপ ফুকন
• প্ৰধানমন্ত্ৰী গৰীৱ কল‍্যাণ যোজনা,বিশেষ আঁচনি আৰু আত্মনিৰ্ভৰশীল ভাৰত আঁচনিৰ বাদে সকলো নতুন আঁচনি মাৰ্চ ২০২১ চনলৈ বন্ধ থাকিব।
অদীপ ফুকন
• আঁচনি নতুন প্ৰস্তাৱ আৰু উপ আঁচনি গ্ৰহণ নকৰিবলৈ সকলো কেন্দ্ৰীয় মন্ত্ৰালয় আৰু বিভাগক নিৰ্দেশ প্ৰদান• বিত্তীয় মন্ত্ৰালয়ৰ ব‍্যয় বিভাগে ইতিমধ্যে নীতিগতভাৱে অনুমোদন দিয়া আঁচনিও বন্ধ কৰি দিয়া হ'ব• অতি বৃহৎ আঁচনি বাদেই অনুমোদিত ৫০০ কোটি টকাৰ ওপৰৰ আঁচনিও চলিত বিত্তীয় বৰ্ষত স্থগিত ৰখা হ'ব • ইতিমধ্যে ৰূপায়ণ হৈ থকা আঁচনি সমূহো পুনৰ মূল‍্যায়ন হ'ব। এই ২০২১-২২ বিত্তীয় বৰ্ষত হে ৰূপায়ণ কৰা হ'বলগতে পঢ়কঃ নীতি-নিৰ্দেশনাৰ মাজেৰে মুকলি মহানগৰীৰ মছজিদ,গুৰুদ্বাৰ

আনহাতে বিত্তমন্ত্ৰীগৰাকীৰ এনে ঘোষণাৰ পাছতে এতিয়া চিন্তিত অসমৰ সচেতন মহলৰ লগতে ব‍্যৱসায়ী সকল। কিয়নো অসমৰ দৰে অৰ্থনৈতিক ক্ষেত্ৰখনত পিছ পৰা এখন ৰাজ‍্যৰ বাবে ই অতি ভয়ংকৰ হ'ব। যদিহে দেশত উন্নয়ণৰ কাম নহয় অথবা এনৰেগাৰ কাম নহয় তেন্তে স্বাভাৱিকতে এই দেশৰ অৱস্থা সংকটজনক বুলি এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰে বিশিষ্ট অৰ্থনৈতিক বিশ্লেষক তথা অসম সংগ্ৰামী মঞ্চৰ সভাপতি অদীপ ফুকনে।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.